উত্তৰ-পূব পৰিষদৰ বিষয়ে চমুটোকা

উত্তৰ-পূব পৰিষদৰ বিষয়ে চমুটোকা :




 

উত্তৰ পূব পৰিষদ চমুকৈ (NEC) গঠন কৰা হৈছিল উত্তৰ- পূৱ পৰিষদ আইন-১৯৭১ ৰ মতে। কিন্তু কাৰ্য্যকৰী কৰা হৈছিল ৭ নবেম্বৰ,১৯৭২ চনৰ পৰা। ইয়াৰ মুখ্য কাৰ্যালয় শ্বিলংত অৱস্থিত। এই পৰিষদখনৰ অধীনত উত্তৰ-পূব ভাৰতৰ ৮ খন ৰাজ্য ক্ৰমে অৰুণাচল প্ৰদেশ, অসম, মণিপুৰ, মেঘালয়, মিজোৰাম, নাগালেণ্ড, ত্ৰিপুৰা আৰু ছিক্কিম। এই পৰিষদখনৰ সাংগঠনিক দিশত ৰাজ্যসমূহৰ মুখ্যমন্ত্রী আৰু ৰাজ্যপাল সকলে প্ৰতিনিধিত্ব কৰে। ছিক্কিমক ২০০২ চনত ইয়াৰ অন্তর্ভুক্ত কৰা হৈছিল। ইয়াৰ কাৰ্যাৱলী সমূহ চোৱাচিতা কৰে ভাৰত চৰকাৰৰ ডনাৰ (DoNER, MINISTRY OF DEVELOPMENT OF NORTH EASTERN REGION) এ।Free Books Download

গঠন:




a) Union Home Minister as a Ex-officio Chairman of NEC.
b) Ministry of DoNER would serve as a Vice Chairman of NEC.
b) All the Chief minister and Governor of these eight states would serve as a member of NEC.

Best GK Books

Leave a Comment

error: Content is protected !!