ভাৰতীয় অলিম্পিকৰ থিম ছং ৰ শুভাৰম্ভ :
ভাৰতৰ যুৱ তথা ক্রীড়ামন্ত্ৰী কিৰণ ৰিজিজু এ ভাৰতীয় অলিম্পিকৰ থিম ছং “লক্ষ্য তেৰা সামনে হে ” আনুষ্ঠানিক ভাৱে শুভাৰম্ভ কৰে। সংগীতটো টকিঅ’ অলিম্পিক বা ছামাৰ গেমছ (23 জুলাই-8 আগষ্ট 2021) ৰ বাবে মুকলি কৰা হয়। গীতৰ সুৰ আৰু ৰচনা মোহিত চৌহানৰ।
গীতটো অলিম্পিক দিৱস উপলক্ষে জৱাহৰলাল নেহৰু ষ্টেডিয়ামত ভাৰতীয় অলিম্পিকৰ সস্থাই সুভাৰম্ভ কৰে।
ভাৰতীয় অলিম্পিক সন্থাৰ সভাপতি নৰিন্দাৰ বাটৰা আৰু সাধাৰণ সম্পাদক ৰাজীৱ মেহতাই অংশগ্ৰহণ কৰে।