TEST FOR ASSAM POLICE EXAM 2020 August 14, 2020August 13, 2020 by APSC Tutorials 0% 1558 Created on August 13, 2020 By apsc2020Assam Police SPECIAL TEST FOR ASSAM POLICE EXAM MOCK TEST FOR ASSAM POLICE 1 / 30 87. ৰাজ্যসভাৰ সদস্যৰ কাৰ্যকাল কেইবছৰ ? ক) চাৰি বছৰ গ) তিনি বছৰ ঘ) ছয় বছৰ খ) পাঁচ বছৰ 2 / 30 61. 'চিলাৰায় ' উপাধি কাক প্ৰদান কৰা হৈছিল ? গ) শুক্লধ্বজ খ) চুকাফা ঘ) ওপৰৰ এটাও নহয় ক) নৰনাৰায়ণ 3 / 30 92. ভাৰতৰ সৰ্ববৃহৎ বাণিজ্যিক বেংক কোনটো - গ) এলাহাবাদ বেংক খ) এইচ ডি এফ চি বেংক ঘ) কানাড়া বেংক ক) ষ্টেট বেংক অফ ইণ্ডিয়া 4 / 30 42. কামাখ্যা মন্দিৰ কোনে পুনৰ নিৰ্মাণ কৰিছিল ? ঘ) চক্ৰধ্বজ খ) চিলাৰায় ক) নৰনাৰায়ণ গ) বিশ্বসিংহ 5 / 30 Q. ভাৰতৰ দীৰ্ঘতম নদী - গ) গোদাবৰী ঘ) কাবেৰী ক) ব্ৰহ্মপুত্ৰ খ) গংগা 6 / 30 Q. ড° এ. পি. জে আব্দুল কালাম ভাৰতৰ কিমানতম ৰাষ্ট্ৰপতি আছিল? ঘ) ১৪ তম খ) ১২ তম ক) ১১তম গ) ১৩ তম 7 / 30 93. ভাৰতৰ নিটি (NITI) আয়োগ কেতিয়া গঠন হয় - গ) 2015 খ) 2016 ঘ) 2013 ক) 2014 8 / 30 98. ভূপাল গেছ দুৰ্ঘটনাত নিৰ্গত হোৱা বিষাক্ত গেছবিধ হল - ঘ) ওপৰৰ এটাও নহয় ক) অজন গ) মিথাইল আইচ চায়েনাইড খ) কাৰ্বন-ডাই-অক্সাইড 9 / 30 Q. ভাৰতৰ প্ৰকৃত কাৰ্য্যবাহী শাসক কোন? গ) প্ৰধানমন্ত্ৰী ক) ৰাষ্ট্ৰপতি খ) ৰাজ্যপাল ঘ) উচ্চতম ন্যায়ালয় 10 / 30 56. দিহিঙীয়া ৰজা হিচাপে কাক জনা যায় ? গ) চুহুংমুং ক) চুকাফা ঘ) নৰনাৰায়ণ খ) চুলিকফা 11 / 30 Q. ভাৰতীয় জাতীয় কংগ্ৰেছ প্ৰতিষ্ঠা হৈছিল? গ) ১৮৮৪ চনত ক) ১৯৮৫ চনত খ) ১৮৮৫ চনত ঘ) ১৮৮৬ চনত 12 / 30 Q. ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম সভাপতি কোন আছিল? গ) দাদাভাই নৰৌজী ক) ওমেশ চন্দ্র বেনাৰ্জী ঘ) সুভাষচন্দ্র বসু খ) এলেন অক্টোবিয়ান হিউম 13 / 30 79. কাক 'Grand Old Man of India' বুলি কোৱা হয় ? ঘ) সুৰেন্দ্ৰ নাথ বেনাৰ্জী গ) চি ৰাজা গোপালচাৰী খ) দাদা ভাই নাওৰোজী ক) ডামছেদজী টাটা 14 / 30 Q. ভাৰতৰ আটাইতকৈ বেছি লোকসভাৰ আসন থকা ৰাজ্য কোনখন? ঘ) উত্তৰ প্ৰদেশ গ) কৰ্ণাটক খ) পশ্চিম বংগ ক) মহাৰাষ্ট্ৰ 15 / 30 38. অসমৰ চতুৰ্থটো শোধনাগাৰ স্থাপন হৈছিল - খ) গুৱাহাটীৰ নুনমাটিত ক) ডিব্ৰুগড়ৰ লেপেটকাটাত ঘ) এটাও নহয় গ) গোলাঘাটৰ নুমলিগড়ত 16 / 30 Q. ভাৰতৰ আটাইতকৈ ডাঙৰ মৰুভূমি কোনখন ৰাজ্যত অৱস্থিত? গ) হাৰিয়ানা ক) ৰাজস্থান খ) মধ্যপ্ৰদেশ ঘ) ওপৰৰ এখনো নহয় 17 / 30 Q. কোনখন ৰাজ্যত জন জাতীয় লোকৰ সংখ্যা সৰ্বাধিক? গ) ৰাজস্থান ক) বিহাৰ ঘ) ওপৰৰ এটাও নহয় খ) মধ্যপ্ৰদেশ 18 / 30 Q. মৰ্যাদাপূৰ্ণ ভাবে জীৱন যাপন কৰা- খ) আইনগত অধিকাৰ ক) মৌলিক অধিকাৰ গ) ৰাজনৈতিক অধিকাৰ ঘ) ওপৰৰ এটাও নহয় 19 / 30 75. অসমৰ ৰোমাণ্টিক চহৰ বুলি কোনখন চহৰৰ জনা যায় ? খ) তেজপুৰ ঘ) লখিমপুৰ ক) গুৱাহাটী গ) গোলাঘাট 20 / 30 4. কৌটিল্যৰ অৰ্থশাস্ত্ৰ হৈছে _______ বিষয়ক গ্ৰন্থ ঘ) ধৰ্ম ক) অৰ্থনীতি গ) গণিত খ) ৰাজনীতি 21 / 30 68. 2011 চনৰ লোকপিয়ল মতে অসমৰ জনসংখ্যাৰ কিমান শতাংশ শিক্ষিত লোক আছিল ? ক) 73.18 ঘ) 71.38 গ) 70.05 খ) 70.18 22 / 30 3. 'ঐনিতম' হৈছে _____ জনগোষ্ঠীৰ লোকসংগীত খ) মিচিং ক) বড়ো গ) ৰাভা ঘ) কাৰ্বি 23 / 30 5. কোন তাৰিখে ৰাষ্ট্ৰীয় পুলিচ দিৱস পালন কৰা হয়? ক) ২১ নৱেম্বৰ ঘ) ২১ জানুৱাৰী খ) ২১অক্টোবৰ গ) ২১ মাৰ্চ 24 / 30 18. ভাৰতৰ বিমান বন্দৰসমূহ সুৰক্ষা দিয়া বাহিনীটো হল ঘ) ৰাজ্যৰ পুলিচ খ) বি. এছ. এফ. ক) চি. আই. এচ. এফ. গ) ভাৰতীয় সেনা 25 / 30 Q.পৃথিৱীৰ সৰ্বোচ্চ অট্টালিকাটোৰ নাম? ক) এন্টিলিয়া ঘ) এম্পায়াৰ ষ্টেট বিল্ডিং গ) ছাংহাই টাৱাৰ খ) বুৰ্জ খলিফা 26 / 30 99. অক্সিজেন হল - খ) এবিধ খাৰ গ) এবিধ এছিড ঘ) এবিধ ইন্ধন ক) এবিধ উৎসেচক 27 / 30 35. ডলাৰ = আমেৰিকা ; য়েন = ? ক) ভূটান গ) চীন খ) জাপান ঘ) পোলেণ্ড 28 / 30 25. ব্ৰক্ষ্মজ (Brahmos) হৈছে এবিধ খ) এবিধ টেংক ক) যুদ্ধ বিমান ঘ) বেলিষ্টিক মিছাইল গ) ক্ৰুইজ মিছাইল 29 / 30 32. IPC ৰ সম্পূৰ্ণ অৰ্থ হল - ঘ) Indian Power Corporation খ) Indian Penal Code গ) Indian Police Code ক) Indian Public Court 30 / 30 12. অসম আৰক্ষীৰ কিমানটা I.R.( Indian Reserve ) বেটেলিয়ান আছে ? ঘ) 7 ক) 10 খ) 6 গ) 9 Your score is The average score is 66% LinkedIn Facebook Twitter VKontakte 0% Restart quiz 0% 1824 Created on July 08, 2020 By apsc2020 Special GK Quiz for Assam Govt Exam 2020 Special GK Quiz for Assam Govt Exam 2020Enroll for MOCK TEST 1 / 35 Q. Where was the first Summit of NAM held? Belgrade Sri Lanka Cairo New Delhi 2 / 35 Q. Which of the following Schedule is related to Anti- Defection act ? 10th Schedule 8th Schedule 11th Schedule 9th Schedule 3 / 35 Q. How much percent of landmass covered by Assam? 3.10% 2.40% 2.39% 3.70% 4 / 35 Q. The Temple of Umananda was build by Rudra Singha Siva Singha Godadhar Singha Pramatta Singha 5 / 35 Q. The deepest port of the India is- Kandila Mumbai Chennai Vishakhapatnam 6 / 35 Q. Who is the exofficio chairman of Rajya Sabha? The President The Prime Minister The Vice-President None of the above 7 / 35 Q. Which country is the main source of finance for the United Nations? Russia USA France China 8 / 35 Q. Ceylon is the former name of which country? Myanmar Sri Lanka India Pakistan 9 / 35 Q. In which place is the first Sikh Guruduwara in Assam Situated? Dhubri Guwahati Dibrugarh Tezpur 10 / 35 Q. Name the instrument which is used in Manipuri Dance? Sitar Pung Tabla Shehnai 11 / 35 Who has recently released a book titled 'Future of HigherEducation - Nine Mega Trends'? M. Venkaiah Naidu Narendra Modi . None of these Rajyavardhan Singh Rathore 12 / 35 Q. Which country is also known as Persia? Iran Mozambique Istanbul Iraq 13 / 35 Q. Which of the following is an input device? Scanner Monitor Printer None 14 / 35 Q. Which of the following is the smallest(area) district of Assam? South Salmara-Mankachar Hojai Kamrup (metro) Majuli 15 / 35 Q. 'Sattriya'is a popular dance form of ---- Mizoram Gujrat Karnataka Assam 16 / 35 Q. By which amendments of the Constitution 'Right to Property' was removed? 42th 43th 46th 44th 17 / 35 Q. Who was the First Secretary-General of the UN? Roosevelt U. Thant Dag Hammarskjold Trygve Lie 18 / 35 Q. Who is the current President of India? Amit Shah Pranab Mukharjee Sri. Ramnath Kovind M. Venkaiah Naidu 19 / 35 Q. The process of obtaining pure water from sea water is called? desalination evaporation filtration None of these 20 / 35 Q. The Battle of Saraighat was fought in 1618 1671 1616 1681 21 / 35 Q. Who has the power to nominate the members of Council of Ministers The Prime Minister The President The Chief Justice of India The Vice-President 22 / 35 Q. Who started the first newspaper in India? Dadabhai Naoriji Rabindranath Tagore James A. Hickery Sir Sayed Ahmed Khan 23 / 35 Q. 'Temple Tirupati Balaji' is situated in which part of India? South West Northern North West Southern 24 / 35 Q. Who was the first woman to became the prime minister of a country in the world? Benazir Bhutto Margaret Thatcher Indira Gandhi Sirimavo Bandaranike 25 / 35 Q. King Biswa Singha's father was Haria Mandal Nilambar Malladev Dharmanarayana 26 / 35 Q. India's most populous city is Kolkata Hyderabad Chennai Delhi 27 / 35 Q. The 'Big Bang Theory' is related to which of the following ? Eruption of Volcanoes Continental drift Origin of Universe Origin of Himalayas 28 / 35 Q. Which is the first Super fast train on metre gauge? Jhelum Express Ashram Express Pink City Express Chetak Express 29 / 35 Q. The chief constituents of the Natural gas is - ethane methane butane propane 30 / 35 Q. Who elects the President of India? Both Elected and Nominated Members of Parliament Only Elected members of Parliament and State Legislative Assembly Only Elected members of Parliament All the members of Lok Sabha 31 / 35 Q. When was the Mandal Commission for backward classes set up? 1987 1976 1996 1978 32 / 35 Q. When was the BTAD formed? 2000 2005 2008 2003 33 / 35 Q. The Oldest monarchy in the world is that of- UK Japan Nepal Saudi Arabia 34 / 35 Q. The post of Barpatra Gohain was created by- Sukapha Sudangpha Supatpha Suhungmung 35 / 35 Q. DMK is a regional political party of- Kerala Telangana Tamil Nadu Andhra Pradesh Your score is The average score is 55% LinkedIn Facebook Twitter VKontakte 0% Restart quiz APSC Tutorials See author's posts