আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্রাম্পে H-1B Visa আৰু অন্যান্য কৰ্মৰ সৈতে জড়িত ভিজা সমূহ এবছৰৰ কাৰণে বাতিল কৰিছে

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্রাম্পে H-1B Visa আৰু অন্যান্য কৰ্মৰ সৈতে জড়িত ভিজা সমূহ এবছৰৰ কাৰণে বাতিল কৰিছে:   US President Donald Trump এ ২২ জুন তাৰিখে এটি অধীসুচনাৰ জৰিয়তে অস্থায়ী ভিজা সমূহ বিশেষকৈ H-1B ভিজা জাৰি কৰা বাতিল কৰিছে ৩১ ডিচেম্বৰলৈকে। যিটো ভিজা ভাৰতীয় প্রযুক্তিবিদ্যাৰ লোক সমূহৰ মাজত অতিকৈ জনপ্রিয় আছিল। মূখ্য বিষয়: ১/ …

Read more

error: Content is protected !!