পোন প্ৰথমে নেতাজী সুভাষ চন্দ্র বসুয়ে “জয় হিন্দ” শ্লোগান দিয়া নাছিল

নেতাজী সুভাষ চন্দ্র বসুয়ে জয় হিন্দ শ্লোগান দিছিল নে? বহুতেই বিশ্বাস কৰে যে জয় হিন্দ শ্লোগান সুভাষচন্দ্র বসুৱে দিয়া বুলি। কিন্তু প্ৰকৃততে হাইদৰাবাদৰ এখন গ্ৰন্থত ইয়াৰ বিৱৰণ কিছু পৃথকভাবে পোৱা যায়। কিতাপখনৰ মতে জয় হিন্দ শব্দটো প্ৰথমে সেইজন ব্যক্তিয়ে দিছিল যিজনে নেতাজীৰ সচিব আৰু অনুবাদক হিচাপে কাম কৰিবলৈ নিজৰ ইঞ্জিনিয়াৰিং শিক্ষা বাদ দিছিল। “Lengendotes of …

Read more

error: Content is protected !!