উত্তৰ-পূব পৰিষদৰ বিষয়ে চমুটোকা

উত্তৰ-পূব পৰিষদৰ বিষয়ে চমুটোকা :   উত্তৰ পূব পৰিষদ চমুকৈ (NEC) গঠন কৰা হৈছিল উত্তৰ- পূৱ পৰিষদ আইন-১৯৭১ ৰ মতে। কিন্তু কাৰ্য্যকৰী কৰা হৈছিল ৭ নবেম্বৰ,১৯৭২ চনৰ পৰা। ইয়াৰ মুখ্য কাৰ্যালয় শ্বিলংত অৱস্থিত। এই পৰিষদখনৰ অধীনত উত্তৰ-পূব ভাৰতৰ ৮ খন ৰাজ্য ক্ৰমে অৰুণাচল প্ৰদেশ, অসম, মণিপুৰ, মেঘালয়, মিজোৰাম, নাগালেণ্ড, ত্ৰিপুৰা আৰু ছিক্কিম। এই পৰিষদখনৰ সাংগঠনিক …

Read more

error: Content is protected !!