উচ্চতৰ মাধ্যমিক প্ৰথম বাৰ্ষিকৰ ছাত্ৰ-ছাত্ৰী সকলৰ বাবে অন্তিম সুযোগ

HS first-year students can now change stream, subject: অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে (Assam Higher Secondary Education Council) উচ্চতৰ মাধ্যমিক প্ৰথম বাৰ্ষিকৰ ছাত্ৰ-ছাত্ৰী সকলৰ বাবে বিষয়(Subject), শাখা (Stream) আৰু শিক্ষানুষ্ঠান সলনি কৰাৰ সুযোগ প্ৰদান কৰিছে। শিক্ষা সংসদে জনোৱা মতে বহুতো ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকৰ লগতে শিক্ষানুষ্ঠান সমূহেও বিষয় সলনি কৰাৰ কথা শিক্ষা সংসদক অৱগত কৰায়।   …

Read more

error: Content is protected !!