সাধাৰণ জ্ঞান 01
সাধাৰণ জ্ঞান: Q. ৰাষ্ট্ৰপতিক কোনে পদ আৰু গোপনীয়তাৰ শপত বাক্য পাঠ কৰোৱাই? ক) উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়ধীশ খ) উপ-ৰাষ্ট্ৰপতি গ) প্ৰধানমন্ত্ৰী ঘ) উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ ন্যায়ধীশ Q. অসমীয়া সাহিত্যত ‘সাগৰ দেখিছা’ কবি হিচাপে কাক জনা যায়? ক) দেৱকান্ত বৰুৱা খ) নৱকান্ত বৰুৱা গ) যতিন্দ্র নাথ দুৱৰা ঘ) ৰঘুনাথ চৌধাৰী Q.ভাৰতত প্ৰথম কিমান চনত বাতৰি কাকত …