লাভলীনালৈ অসম সৌৰভ বঁটা

অলিম্পিকত পদক বিজয়ী লাভলীনা বৰগোহাঁইক অসম সৌৰভ বঁটাৰ বাবে নিৰ্বাচিত কৰা হৈছে:   pc- Lovelina Borgohain facebook page   অসম চৰকাৰে শনিবাৰে ঘোষণা কৰা বিভিন্ন উদগনি মূলক বঁটাৰ ভিতৰত টকিঅ অলিম্পিক পদক বিজয়ী লাভলীনা বৰগোঁহাইক অসম সৌৰভ বঁটাৰ বাবে নিৰ্বাচিত কৰিছে । তদুপৰি অসম গৌৰৱ বঁটাৰ বাবে নিৰ্বাচন কৰিছে এভাৰেষ্ট বিজয়ী পৰ্বতাৰোহী খৰছিং তেৰাং ক …

Read more

error: Content is protected !!