ভাৰতীয় অলিম্পিকৰ থিম ছং ৰ শুভাৰম্ভ
ভাৰতীয় অলিম্পিকৰ থিম ছং ৰ শুভাৰম্ভ : ভাৰতৰ যুৱ তথা ক্রীড়ামন্ত্ৰী কিৰণ ৰিজিজু এ ভাৰতীয় অলিম্পিকৰ থিম ছং “লক্ষ্য তেৰা সামনে হে ” আনুষ্ঠানিক ভাৱে শুভাৰম্ভ কৰে। সংগীতটো টকিঅ’ অলিম্পিক বা ছামাৰ গেমছ (23 জুলাই-8 আগষ্ট 2021) ৰ বাবে মুকলি কৰা হয়। গীতৰ সুৰ আৰু ৰচনা মোহিত চৌহানৰ। গীতটো অলিম্পিক দিৱস উপলক্ষে জৱাহৰলাল নেহৰু ষ্টেডিয়ামত …