APSC PRELIMS EXAM DATE
APSC PRELIMS DATE : ✅APSC PRELIMS ৰ পৰীক্ষা আগষ্ট মাহত অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে। ✅ নতুন চেলেবাছৰ মতে প্ৰথম বাৰৰ বাবে অনুষ্ঠিত হ’ব পৰীক্ষা। ✅ 331 টা পদৰ বাবে দিয়া হৈছিল বিজ্ঞাপন। ✅ প্ৰাৰম্ভিক পৰীক্ষাত Optional Paper ৰ পৰিৱৰ্তে CSAT পেপাৰ থাকিব। ✅ CSAT পেপাৰখন Qualifying nature ৰ হ’ব।