দৈনিক কুইজৰ প্ৰশ্নোত্তৰ (অসম কুইজ)

অসম কুইজ:   (১) ১০ ডিচেম্বৰ কি দিৱস হিচাপে পালন কৰা হয় ? উত্তৰ – মানৱ অধিকাৰ দিৱস। (২) কলিকতাৰ হিন্দু কলেজ কোনে স্থাপন কৰিছিল ? উত্তৰ- ৰাজা ৰামমোহন ৰায়।   (৩) পানীদিহিং কোনখন জিলাত অৱস্থিত ? উত্তৰ- শিৱসাগৰ।   (৪) লতা কটা ৰণ কোনজন আহোম ৰজাৰ দিনত হয় ? উত্তৰ- ৰাজেশ্বৰ সিংহ।   (৫) …

Read more

Assam Quiz ( অসম কুইজ )

  ১) শালস্তম্ভ বংশৰ ৰাজধানী ক’ত আছিল ? ক) কামৰূপ খ) প্ৰাগজ্যোতিষপুৰ গ) হিদিম্বাপুৰ ঘ) হৰূপেশ্বৰ   উত্তৰ- ঘ) হৰূপেশ্বৰ   ২) কুমাৰ ৰজা হিচাপে কাক জনা যায়? ক) সমূদ্ৰ বৰ্মন খ) পূষ্য বৰ্মন গ) ভাস্কৰ বৰ্মন ঘ) ভূতি বৰ্মন   উত্তৰ – গ) ভাস্কৰ বৰ্মন   ৩) কামৰূপৰ বৰ্মন বংশৰ ৰাজধানী আছিল – ক) …

Read more

error: Content is protected !!