অসমৰ ৰাষ্ট্ৰীয় উদ্যান সমূহ || National Parks of Assam||

অসমৰ ৰাষ্ট্ৰীয় উদ্যান সমূহ: কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ভৌগলিক অৱস্থান : কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান পৃথিবীৰ অন্যান্য উদ্যান সমুহৰ ভিতৰত এক অন্যতম তথা বিশ্ব খ্যাত। সুন্দৰ ভৌগলিক স্হানত অৱস্হিত উদ্যান খনে প্ৰাকৃতিক সৌন্দৰ্য্যৰ এক বিখাল পৰিসীমা উপস্হাপন কৰে । কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ভাৰত বৰ্ষৰ অসম ৰাজ্যৰ গোলাঘাট আৰু নগাঁও জিলাত অৱস্হিত । ইয়াৰ উত্তৰে ব্ৰহ্মপুত্ৰ নদী দক্ষিণে …

Read more

error: Content is protected !!