GK QUIZ Welcome to your GK QUIZ https://www.apsctutorials.com/e-book-for-apsc/ NAME EMAIL ADDRESS 1. কোনজন আহোম ৰজা দিনত মোৱামৰীয়া বিদ্ৰোহ হৈছিল? Deselect Answer ক) লক্ষ্মীসিংহ খ) চুহুংমুং গ) চুকাফা ঘ) প্রমত্ত সিংহ 2. ড° হিমন্ত বিশ্ব শৰ্মা অসমৰ কিমান তম মুখ্যমন্ত্ৰী ? Deselect Answer ক) ১৪ তম খ) ১৫ তম গ) ১৬ তম ঘ) ১৩ তম 3. অসম বিধানসভাৰ নতুন অধ্যক্ষ হিচাপে কাক নিৰ্বাচিত কৰা হৈছে ? Deselect Answer ক) হিতেন্দ্ৰ নাথ গোস্বামী খ) নোমল মোমিন গ) বিশ্বজিৎ দৈমাৰী ঘ) ওপৰৰ এজনো নহয় 4. ৭) অসম সাহিত্য সভাৰ ২০২০ বৰ্ষৰ অধিবেশন ক'ত অনুষ্ঠিত হৈছিল? Deselect Answer ক) নগাওঁ খ) ৰহা গ) শুৱালকুছি ঘ) শিৱসাগৰ 5. অসমৰ প্ৰথমটো ছপাশাল মিছনেৰী সকলে ক'ত স্থাপন কৰিছিল? Deselect Answer ক) শিৱসাগৰ খ) শদিয়া গ) মাৰ্ঘেৰিটা ঘ) তেজপুৰ 6. অসমৰ 'Eternal City of Romance' বুলি কোনখন নগৰক জনা যায়? Deselect Answer ক) গুৱাহাটী খ) তেজপুৰ গ) যোৰহাট ঘ) শিৱসাগৰ 7. কছাৰী সকলৰ প্ৰথম ৰাজধানী ক'ত আছিল? Deselect Answer ক) কামৰূপ খ) ডিমাপুৰ গ) শোণিতপুৰ ঘ) তেজপুৰ 8. ইয়াণ্ডাবু সন্ধি কেতিয়া স্বাক্ষৰিত হৈছিল? Deselect Answer ক) ১৮১৭ খ্ৰীষ্টাব্দত খ) ১৮২৪ খ্ৰীষ্টাব্দত গ) ১৯২৬ খ্ৰীষ্টাব্দত ঘ) ১৮২৬ খ্ৰীষ্টাব্দত 9. কোন জন চুতীয়া ৰজাৰ দিনত চুতীয়া ৰাজ্যখন পতন হয়? Deselect Answer ক) বীৰপাল খ) নীতিপাল গ) নৰনাৰায়ণ ঘ) ধীৰনাৰায়ণ 10. প্রাচীন অসমৰ ঐতিহাসিক চহৰ হিচাপে কোনখন চহৰক জনা যায়? Deselect Answer (ক) তেজপুৰ (খ) শিৱসাগৰ (গ) যোৰহাট (ঘ) লখিমপুৰ Please fill in the comment box below. Time is Up! Time's up