QUIZ ANSWER KEY [26TH MAY]

 

Q. “তুমি মোক তেজ দিয়া, মই তোমাক স্বাধীনতা দিম” কোনে কৈছিল?

ক) সুভাষচন্দ্র বসু ✅✅
খ) দাদাভাই নৌৰজী
গ) জৱাহৰলাল নেহৰু
ঘ) লালা লাজপত ৰায়

Q. ভাৰত ত্যাগ আন্দোলন কেতিয়াৰ পৰা আৰম্ভ হৈছিল?
ক) ১ আগষ্ট, ১৯৪২
খ) ৯ আগষ্ট, ১৯৪২
গ) ১৫ আগষ্ট, ১৯৪২
ঘ) ৮ আগষ্ট, ১৯৪২ ✅✅

Q. ‘কৰিম নহয় মৰিম’ শ্লোগান তলৰ কোনটো আন্দোলনৰ লগত জড়িত?

ক) স্বদেশী আন্দোলন
খ) আইন অমান্য আন্দোলন
গ) ভাৰত ত্যাগ আন্দোলন ✅✅
ঘ) খিলাফত আন্দোলন

Q. আজাদ হিন্দ ফৌজ ক’ত গঠন হৈছিল?

ক) ভাৰত
খ) জাৰ্মানী
গ) ছিংগাপুৰ ✅✅
ঘ) ৰাছিয়া

সেই সময়ত ছিংগাপুৰ জাপানৰ অধীকৃত অঞ্চল আছিল।

Q. গৌতম বুদ্ধৰ জন্ম ক’ত হৈছিল?

ক) ভাৰত
খ) নেপাল ✅✅
গ) তিব্বত
ঘ) পাকিস্তান

Q. স্বচ্ছ ভাৰত অভিযান কেতিয়া পৰা আৰম্ভ হৈছিল?
ক) ২ অক্টোবৰ, ২০১৬
খ) ২ অক্টোবৰ, ২০১৫
গ) ২ অক্টোবৰ, ২০১৪ ✅✅✅
ঘ) ১ জানুৱাৰী, ২০১৫
Q. ভাৰত আৰু চীনৰ মাজত কেতিয়া যুদ্ধ সংঘটিত হৈছিল?
ক) ১৯৬০ চনত
খ) ১৯৬১ চনত
গ) ১৯৬২ চনত ✅✅
ঘ) ১৯৬৩ চনত

Q. শ্বিমলা চুক্তি ভাৰত আৰু……. মাজত হৈছিল।

ক) পাকিস্তান ✅✅
খ) বাংলাদেশ
গ) চীন
ঘ) শ্ৰীলংকা

Q. পৃথিৱীৰ বৃহত্তম মহাসাগৰ হৈছে-

ক) প্ৰশান্ত মহাসাগৰ ✅✅
খ) ভাৰত মহাসাগৰ
গ) আটলান্টিক মহাসাগৰ
ঘ) ওপৰৰ এটাও নহয়

Q. ড° ভূপেন হাজৰিকা দেৱক মৰণোত্তৰ বাবে ভাৰত ৰত্ন প্ৰদান কৰা হয়-
ক) ২০১৫ চনত
খ) ২০১৬ চনত
গ) ২০১৯ চনত ✅✅
ঘ) ২০১৮ চনত

Leave a Comment

error: Content is protected !!