কাক কি বুলি জানো ? (অসমীয়া সাহিত্যিক সকলৰ ছদ্মনাম)



Every assamese should know:

 কাক কি বুলি জানো (অসমীয়া সাহিত্যিক সকলৰ ছদ্মনাম)

১) অগ্নিকবি : কমলাকান্ত ভট্রাচার্য

২) অতিন্দ্রিয়বাদী কবি : নলিনীবালা দেৱী

৩) অভিনয়াচার্য : ব্রজনাথ শর্মা

৪) অসম কেশৰী : অম্বিকাগিৰি ৰায়চৌধুৰী

৫) অসম গৌৰৱ : হেম বৰুৱা

৬)।উপন্যাস সম্রাট : ৰজনীকান্ত বৰদলৈ

৭) কথা শিল্পী : আব্দুল মালিক

৮) কবিতা কোঁৱৰ : অম্বেশ্বৰ চেতিয়া ফুকন

৯) কর্মবীৰ : নবীন চন্দ্র বৰদলৈ

১০) কলাগুৰু : বিষ্ণুপ্রসাদ ৰাভা

১১) খৰিকা জাঁইৰ কবি : ভবানন্দ ৰাজখোৱা

১২) গীতিকবি : পার্ৱতিপ্রসাদ বৰুৱা

১৩) জ্ঞানমালিনীৰ কবি : মফিজুদ্দিন আহমদ হাজৰিকা

১৪) জননায়ক : দেৱেশ্বৰ শর্মা

১৫) ত্যাগবীৰ : হেমচন্দ্র বৰুৱা

১৬) দেশপ্রাণ : লক্ষ্মীধৰ শর্মা

১৭) দেশভক্ত: তৰুণৰাম ফুকন

১৮) ধ্বনি কবি : বিনন্দ চন্দ্র বৰুৱা

১৯) নটসূর্য : ফণী শর্মা

২০) নাট্য প্রভাকৰ : সত্যপ্রসাদ বৰুৱা

২১) নিজৰাৰ কবি : শৈলধৰ ৰাজখোৱা

২২) পথাৰৰ কবি : ৰাম গগৈ

২৩) প্রতিমাৰ খনিকৰ : চন্দ্রকুমাৰ আগৰৱালা

২৪) প্রেম আৰু ৰ’দালিৰ কবি : হীৰেন ভট্রাটার্য

২৫) পাপৰিৰ কবি: গণেশ চন্দ্র গগৈ

২৬) ফুলনিৰ কবি : পদ্মধৰ চলিহা

২৭) বকুলবনৰ কবি : আনন্দ চন্দ্র বৰুৱা

২৮) বনকোঁৱৰ : আনন্দিৰাম দাস

২৯) বনফুলৰ কবি : যতীন্দ্রনাথ দুৱৰা

৩০) বাগ্মীবৰ : নীলমণি ফুকন

৩১) বিদ্রোহী কবি : প্রসন্নলাল চৌধুৰী

৩২) বিহগী কবি : ৰঘুনাথ চৌধাৰী

৩৩) বীৰবালা : কনকলতা

৩৪) ভাঙনি কোঁৱৰ : আনন্দ চন্দ্র আগৰৱালা

৩৫) মৰমী কবি : দুর্গেশ্বৰ শর্মা

৩৬) লুইত কোঁৱৰ : ৰুদ্র বৰুৱা

৩৭) লোকনায়ক : অমিয় কুমাৰ দাস

৩৮) লোকপ্রাণ : মতিৰাম বৰা

৩৯) লোকপ্রিয় : গোপীনাথ বৰদলৈ

৪০) লোকবন্ধু : ডাঃ ভুৱনেশ্বৰ বৰুৱা

৪১) লৌহ মানৱ : বিষ্ণুৰাম মেধি

৪২) শেৱালি কবি : ৰত্নকান্ত বৰকাকতী

৪৩) শোণিত কোঁৱৰ : গজেন বৰুৱা

৪৪) সংগীতাচার্য : লক্ষ্মীৰাম বৰুৱা

৪৫) সাহিত্য ৰত্ন : চন্দ্রধৰ বৰুৱা

৪৬) সিংহপুৰুষ : ৰাধাগোৱিন্দ বৰুৱা

৪৭) সেউজ কোঁৱৰ : পৰাগধৰ চলিহা

৪৮) সৰস্বতী : নির্মলপ্রভা বৰদলৈ

৪৯) ৰসাল কবি : দণ্ডিনাথ কলিতা

৫০) ৰসৰাজ/সাহিত্যৰথী : লক্ষ্মীনাথ বেজবৰুৱা

অসমীয়া সাহিত্যিক সকলৰ ছদ্মনাম দ্বিতীয় খন্ড ক্লিক কৰক

 



1 thought on “কাক কি বুলি জানো ? (অসমীয়া সাহিত্যিক সকলৰ ছদ্মনাম)”

Leave a Comment

error: Content is protected !!