সাধাৰণ জ্ঞান (GK Question Answers)



সাধাৰণ জ্ঞান

1. আন্তর্জাতিক পুলিচ সংস্থা “INTERPOL” ৰ মুখ্য কাৰ্যালয় ক’ত অৱস্থিত?

ক) লিওন, ফ্ৰান্স
খ) ৱাশ্বিংটন,  আমেৰিকা যুক্তৰাষ্ট্ৰ
গ) ৰোম, ইটালী
ঘ) জেনেভা, ছুইজাৰলেণ্ড

উত্তৰ= ক) লিওন, ফ্ৰান্স




2. ৰাষ্ট্ৰসংঘ দিৱস কেতিয়া পালন কৰা হয়?

ক) ২৬ জানুৱাৰী
খ) ২৪ অক্টোবৰ
গ) ২২ অক্টোবৰ
ঘ) ১৪ নবেম্বৰ

উত্তৰ=খ) ২৪ অক্টোবৰ

3. বায়ুমণ্ডলত থকা কাৰ্বন ডাইঅক্সাইডৰ পৰিমাণ হ’ল-

ক) ০.০৩ শতাংশ
খ) ০.০৩৬ শতাংশ
গ) ০.০২ শতাংশ
ঘ) ০.০১ শতাংশ

উত্তৰ=খ) ০.০৩৬ শতাংশ

4.’ঔদ্যোগিক ক্ৰান্তি’ কোনটো পঞ্চবার্ষিক পৰিকল্পনাত সন্নিবিষ্ট কৰা হৈছিল?

ক) দ্বিতীয় পঞ্চবার্ষিক পৰিকল্পনা
খ) তৃতীয় পঞ্চবার্ষিক পৰিকল্পনা
গ) চতুর্থ পঞ্চবার্ষিক পৰিকল্পনা
ঘ) পঞ্চম পঞ্চবার্ষিক পৰিকল্পনা

উত্তৰ=ক) দ্বিতীয় পঞ্চবার্ষিক পৰিকল্পনা

5. “Khelo India Youth Games” ৰ তৃতীয় সংস্কৰণ ক’ত অনুষ্ঠিত হৈছিল?

ক) দিল্লী
খ) পুনে
গ) গুৱাহাটী
ঘ) ওপৰৰ এটাও নহয়

উত্তৰ=গ) গুৱাহাটী

6. অসম সাহিত্য সভাৰ মূখ্য কাৰ্যালয় ক’ত অৱস্থিত?

ক) যোৰহাট
খ) শিৱসাগৰ
গ) গোলাঘাট
ঘ) বৰপেটা

উত্তৰ=ক) যোৰহাট

7. ‘ঐনিতম’ কোনটো জনগোষ্ঠীৰ লোকসংগীত-

ক) বড়ো
খ) মিচিং
গ) ৰাভা
ঘ) কাৰ্বি

উত্তৰ=খ) মিচিং

8. অসমৰ ৰাজ্যসভাৰ আসন কিমান?

ক) ৭ খন
খ) ১৪ খন
গ) ১২৬ খন
ঘ) ৮ খন

উত্তৰ=ক) ৭ খন

9. ভাৰতবৰ্ষৰ ভৌগোলিক এলেকাৰ বনাঞ্চল হ’ল-

ক) ১৩ শতাংশ
খ) ৩৩ শতাংশ
গ) ২৩ শতাংশ
ঘ) ২৭ শতাংশ

উত্তৰ=গ) ২৩ শতাংশ

10.অসমৰ ৰাজ্যিক নৃত্য কি ?

ক)বিহু নৃত্য
খ)ঝুমুৰ নৃত্য
গ)সত্ৰীয়া নৃত্য
ঘ)ধ্ৰুপদী নৃত্য

উত্তৰ= গ)সত্ৰীয়া নৃত্য

11. নগৰ সমিতিৰ কাৰ্যকাল কেইবছৰ ?

ক) তিনি বছৰ
খ) পাঁচ বছৰ
গ) ছয় বছৰ
ঘ) দুই বছৰ

উত্তৰ=খ) পাঁচ বছৰ

12. ভাৰতৰ কোনজন প্ৰধানমন্ত্ৰীৰ দেশত বাহিৰত মৃত্যু হৈছিল?

ক) মোৰাৰজী দেশাই
খ) ইন্দিৰা গান্ধী
গ) চৌধুৰী চৰণ সিং
ঘ) লাল বাহাদুৰ শাস্ত্ৰী

উত্তৰ= ঘ) লাল বাহাদুৰ শাস্ত্ৰী

13. বৰ্তমান ভাৰতৰ মানৱ সম্পদ উন্নয়ন মন্ত্রী কোন?
ক) অমিত শাহ
খ) ৰাজনাথ সিং
গ) নিৰ্মলা সীতাৰমন
ঘ) ৰমেশ পোখৰিয়াল

উত্তৰ= ঘ) ৰমেশ পোখৰিয়াল

14. অসম সাহিত্য সভাৰ প্ৰথম অধিবেশন ক’ত হৈছিল ?
ক) যোৰহাট
খ) তিনিচুকীয়া
গ) তেজপুৰ
ঘ) শিৱসাগৰ

উত্তৰ=ঘ) শিৱসাগৰ

15. কোনজন আহোম ৰজাই তলাতল ঘৰ নিৰ্মাণ কৰাইছিল ?
ক) প্ৰমত্ত সিংহই
খ) ৰুদ্ৰ সিংহই
গ) শিৱ সিংহই
ঘ) ৰাজেশ্বৰ সিংহই

উত্তৰ=ঘ) ৰাজেশ্বৰ সিংহই

16. শ্ৰীমন্ত শংকৰদেৱে প্ৰচাৰ কৰা ধৰ্মটোৰ নাম কি ?

ক) সনাতন ধৰ্ম
খ) কৃষ্ণগুৰু ধৰ্ম
গ) শংকৰী ধৰ্ম
ঘ) একশৰণ নামধৰ্ম

উত্তৰ=ঘ) একশৰণ নামধৰ্ম

17. “বৃহৎ সংহিতা” নামৰ পুথিখন কোনে লিখিছিল ?
ক) বৰাহমিহিৰ
খ) কালিদাস.
গ) সুকুমাৰ বৰকাইথ
ঘ) হেম সৰস্বতী

উত্তৰ=ক) বৰাহমিহিৰ

18. প্ৰাৰ্থনা সমাজ কোনে প্ৰতিষ্ঠা কৰিছিল ?
ক) ৰাজা ৰামমোহন ৰায়
খ) তুলসী ৰাম
গ) দয়ানন্দ সৰস্বতী
ঘ) আত্মাৰাম পান্ডুৰংগ

উত্তৰ= ঘ) আত্মাৰাম পান্ডুৰংগ

19. কিমান চনত কছাৰী ৰাজ্য বৃটিছসকলৰ অধীনত যায় ?
ক) ১৮২৬
খ) ১৮২৮
গ) ১৮৩২
ঘ) ১৮৩৪

উত্তৰ=গ) ১৮৩২

20. ইবন বটুটা কাৰ দিনত ভাৰতলৈ আহিছিল ?
ক) ইলটুতমিছ
খ) আলাউদ্দিন খিলিজি
গ) মোহম্মদ বিন টোগলক
ঘ) বলবন

উত্তৰ=গ) মোহম্মদ বিন টোগলক

21. বৰ্তমান ভাৰতৰ মূঠ ৰাজ্য কেইখন ?
ক) ২৭ খন
খ) ২৮ খন
গ) ২৯ খন
ঘ) ৩০ খন

উত্তৰ=খ) ২৮ খন

22. ভাৰত আৰু চীনক পৃথক কৰা সীমান্তৰেখাডালৰ নাম কি?
(১) ডুৰাণ্ড ৰেখা
(২) মেকমোহন ৰেখা
(৩) ষ্ট্ৰেফ’ৰ্ড ৰেখা
(৪) ৰেডক্লিফ ৰেখা

উত্তৰ=(২) মেকমোহন ৰেখা

23. Which of the following is known as black diamond?

ক)তামা
খ)কয়লা
গ)ডিজেল
ঘ)জলবিদ্যুত

উত্তৰ= খ)কয়লা

4 thoughts on “সাধাৰণ জ্ঞান (GK Question Answers)”

  1. Hi i am admin of Assam Police Preparation and discussion group 2020. Assam Police preparation r karane akelagat gotei concept khini share kariba parim buli moi ashabadi .

    Reply

Leave a Comment

error: Content is protected !!