পুনৰ উত্তৰ-পূবৰ জীয়ৰীয়ে কঢ়িয়াই আনিলে গৌৰৱ

ব্ৰামিংহামত অনুষ্ঠিত কমনৱেলথ গেমছত ভাৰতলৈ প্ৰথমটো স্বৰ্ণৰ পদক আজুৰি আনিলে উত্তৰ-পূবৰ জীয়াৰী মীৰাবাঈ চানুয়ে। ৪৯ কেজি শাখাত মীৰাবাঈয়ে লাভ কৰিলে এই পদক। খেলৰ প্ৰথম প্ৰচেষ্টাতে তেওঁ ৮৪ কেজি ডাঙিবলৈ সক্ষম হয়। ইয়াৰ পিছত তেওঁ ৮৮ কেজি আৰু তৃতীয় প্ৰচেষ্টাত ৯০ কেজি ভাৰ উত্তোলন কৰে। দ্বিতীয় প্ৰচেষ্টাৰ ৮৮ কেজি ওজনৰ ভাৰ উত্তোলন কৰি ক্ৰীড়া ইতিহাসৰ এক ৰেকৰ্ড হিচাপে পৰিগণিত হয়।

Leave a Comment

error: Content is protected !!