Message from Learner’s

  • Recently I joined this page,I think it’s very helpful path to achieve my goal,thanks admin for your great work – Tanushree Dhar
  •  কেৱল মাত্ৰ APSC ৰ বাবেই নহয় অন্যান্য প্ৰতিযোগিতামূলক পৰীক্ষা ৰ বাবেও এই পেজটোৰ জৰিয়তে বহুত সহায় আৰু জ্ঞান লাভ কৰিছো।আগলৈয়ো যাতে এই দৰে আগবাঢ়ি যায় তাৰ বাবে শুভকামনা থাকিল ! – Pallabi Saikia
  • Learning may be formal or informal but at the end it gives knowledge & that all matters- Shahnaz Begum
  • সপোন বোৰ দিঠক হোৱাৰ আগতে আপুনি সপোন বোৰ দেখিব লাগিব আৰু এই পেজটোৱে সপোন দেখোৱাৰ লগতে দিঠকত পৰিনিত কৰোৱাত অহৰহ চেষ্টা কৰি আছে- Inamul Amin
  • A step towards the wise future❤️
    Thanks for your continuous efforts and motivations.Sending my heartfelt greetings to entire team!- Tulika Hazarika
  • “আমাৰ সময় অতীত হৈ গ’ল । উঠি অহা প্ৰজন্মৰ বাবে এক সুন্দৰ সুযোগ ।অকল এজন উচ্চপদস্থ বিষয়া নহ’লেও আপোনাৰ জ্ঞানৰ পৰিসৰ বৃদ্ধি পাব । সকলো বিষয় সামৰি লোৱাৰ বাবে” – Ananda Das
  • “এটা আশা, এটা সপোন আৰু এটা উদ্দীপনাৰ নাম হল APSC। চকুৰ আগত যেতিয়া নামটো আহি থাকে সপোনৰ পথত এখোজ আগবঢ়া যেন অনুভৱ হয়। প্ৰতিটো দিনত নতুন তথ্যৰ সম্ভাৰে আমাক জ্ঞানৰ পৰিসৰ বৃদ্ধি কৰিছে। এই সহায় আৰু আশাক জাগ্ৰত কৰি তোলাৰ বাবে এই গোটটোৰ কৰ্ম কৰ্তাক আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছো ।” – Rupam Hazarika
  • “Page টো প্ৰথম দেখাৰ পৰাই বহুত ভাল লাগিছিল, আৰু অসমত মূল পৰীক্ষা হিচাবে apsc ৰ এটা সুন্দৰ পৰিপূৰ্ণ pageৰ প্ৰয়োজন আছিল সকলোৰে। সকলোৰে বাবে লাখ টকা খৰছ কৰি কোচিং কৰাটো সম্ভৱ নহয়,গতিকে সকলোৰে বাবে উপকৃত এই page তোৰ দীৰ্ঘায়ু কামনা কৰিলোঁ আৰু admin ক বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ “- Rahul Bhattacharjya
  • We are generally active in social media and a number of time spent with Facebook.From these page we learn,clear our daubt and accuare knowledge” – Shahjamal Hoque
  • “Although i have joined recently, i can say that it will help me in the upcoming days to achieve my goal.Thank you” – Papori Bharali
  • “First of all I would like to thank the admin and all the members. From the beginning when I was entered this group, it’s really helpful to me and I have been finding something new better than whatever I have. Lastly, I’m saying this group is great helpful to me and also the others. Thanks again.” – Bhadrawati Dutta
  •  “এই গ্ৰুপৰ যোগেদি নিজকে সকাৰাত্মক দিশত ব্যস্ত ৰাখিবলৈ সক্ষম হৈছোঁ‌।” – Samidul Islam Chowdhury

Leave a Comment

error: Content is protected !!