Q. প্ৰথম অসমীয়া গল্প সংকলনখনৰ নাম কি ?
উত্তৰ – সুৰভী ( লক্ষ্মীনাথ বেজবৰুৱা)
Q. এন. ভি. ৰামানা ভাৰতৰ কিমানতম মুখ্য ন্যায়ধীশ ?
ক) ৪৬ তম
খ) ৪৫ তম
গ) ৪৮ তম ✅✅
ঘ) ৪৭ তম
Q. বৰ্তমান ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়ধীশ কোন ?
ক) ৰঞ্জন গগৈ
খ) হৰিলাল জে. কানিয়া
গ) শ্বাৰদ অৰবিন্দ বোবডে
ঘ) এন. ভি. ৰামানা ✅✅
Q. বৰ্তমান সময়লৈকে ভাৰত ৰত্ন প্ৰাপ্ত ব্যক্তিৰ সংখ্যা –
ক) ৪৬
খ) ৪৮ ✅✅
গ) ৪৯
ঘ) ৪৪
Q. সাহিত্য অকাডেমি বঁটা প্ৰাপ্ত প্ৰথম অসমীয়া উপন্যাসখনৰ নাম কি?
ক) ইয়াৰুইঙ্গম ✅✅
খ) বনফুল
গ) মিৰি জীয়ৰী
ঘ) ওপৰৰ এটাও নহয়
Q. চক্ৰশিলা অভয়াৰণ্য কোন খন জিলাত অৱস্থিত?
ক) কাৰ্বি আংলং
খ) বাক্সা
গ) দৰং
ঘ) ধুবুৰী ✅✅
Q. পবিতৰা অভয়াৰণ্য কোন খন জিলাত অৱস্থিত ?
ক) নগাঁও
খ) মৰিগাঁও ✅✅
গ) দৰং
ঘ) ওপৰৰ এটাও নহয়
Q. অসমৰ কোন খন জিলাত গৰম পানীৰ উহ আছে?
ক) গোলাঘাট ✅✅
খ) যোৰহাট
গ) তিনিচুকীয়া
ঘ) কাৰ্বি আংলং
Q. কোনজন গৱৰ্ণৰ জেনেৰেলৰ শাসন কালত ভাৰতত প্ৰথম ৰেল চলাচল আৰম্ভ হৈছিল?
a) Lord William Bentick
b) Lord Cornwallis
c) Lord Cenning
d) Lord Dalhousie ✅✅
Q. কেতিয়াৰ পৰা ৰেল বাজেটক কেন্দ্রীয় বাজেটৰ সৈতে একেলগ কৰা হয়?
ক) ২০১৪ চন
খ) ২০১৫ চন
গ) ২০১৬ চন ✅✅
ঘ) ২০১৭ চন
Q. ভাৰতত প্ৰথম ৰেল চলাচল কেতিয়াৰ পৰা আৰম্ভ হয়?
ক) ১৮৮৩
খ) ১৮৫২
গ) ১৮৫৩ ✅✅
ঘ) ১৮৫১
#Assam_related_questions:
Q. অসমৰ কোনখন জিলাত শিক্ষিতৰ হাৰ আটাইতকৈ কম?
(ক) কাৰ্বি আংলং
(খ) ধুবুৰী ✅✅
(গ) ধেমাজি
(ঘ) কাছাৰ
Q. The length of the Dhola Sadiya Bridge is-
a) 9.015 km
b) 9.10 km
c) 10.15 km
d) 9.15 km ✅✅
Q. 74th Constitutional amendment Act of 1992, came into force on
a) 24th April, 1993
b) 1June, 1993 ✅✅
c) 1 January, 1993
d) 23 April, 1993
Q. According to the Eleventh Schedule of the Constitution, how many functions has been given to the Panchayats?
a) 27
b) 29 ✅✅
c) 39
d) 18
Q. Which city of India is known as City of Seven Island?
A) Mumbai ✅✅
B) Panaji
C) Chennai
D) Delhi
Q. Which Session of the Indian National Congress had decided to celebrate Purana Swaraj?
a) Lahore ✅✅
b) Pune
c) Bombay
d) Delhi
Q. In India, the Zamindari system was first introduce in –
a) Bengal ✅✅
b) Madras
c) Bombay
d) Delhi
Q.The currency notes are printed in-
a) New Delhi
b) Nasik ✅✅
c) Nagpur
d) Bombay