ভাৰতীয় ‌সংবিধানৰ কিছু গুৰুত্বপূৰ্ণ প্ৰশ্নোত্তৰ (Indian Polity MCQs)

ভাৰতীয় ‌সংবিধানৰ কিছু গুৰুত্বপূৰ্ণ প্ৰশ্নোত্তৰ :

© APSC Tutorials

Indian Polity MCQs

১) ভাৰতীয় সংবিধানত মুঠ কেইটা অনুচ্ছেদ আছে?

ক) ৩৯৫
খ) ৩৯৬
গ) ৪৪৮ ✅✅
ঘ) ওপৰৰ এটাও নহয়

২) ভাৰতীয় সংবিধানখন পোন প্ৰথমবাৰৰ বাবে কেতিয়া সংশোধন কৰা হৈছিল?

ক) ১৯৫০
খ) ১৯৫১ ✅✅
গ) ১৯৫২
ঘ) ১৯৫৩

৩) ভাৰতীয় সংবিধানত মুঠ কিমানটা অধ্যায় আছে?

ক) ১২
খ) ২২
গ) ২৫ ✅✅
ঘ) ১০

৪) ভাৰতবৰ্ষত পোন প্ৰথমবাৰৰ বাবে কেতিয়া কেন্দ্ৰীয় লোকসেৱা আয়োগ ( Central Public Service Commission) গঠন কৰা হৈছিল?

ক) ১৯৫০ চনত
খ) ১৯২৬ চনত ✅✅
গ) ১৯৩৭ চনত
ঘ) ওপৰৰ এটাও নহয়

৫) ভাৰতীয় সংবিধানত মুঠ কিমানটা অনুসূচী আছে?

ক) ১২ ✅✅
খ) ২২
গ) ১০
ঘ) ০৮

৬) প্ৰাৰম্ভিক সময়ত সংবিধানৰ অষ্টম অনুসূচীত কিমানটা ভাষা সন্নিবিষ্ট কৰা হৈছিল?

ক) ১৪ ✅✅
খ) ২১
গ) ২২
ঘ) ২৪

৭) বৰ্তমান সংবিধানৰ অষ্টম অনুসূচীত কিমানটা ভাষা সন্নিবিষ্ট কৰা হৈছে?

ক) ১৪
খ) ২১
গ) ২২ ✅✅
ঘ) ২৪

৮) তলৰ কোনটো ভাৰতীয় সংবিধানৰ বৈশিষ্ট্য নহয়?

ক) সাৰ্বভৌমত্ব
খ) সমাজবাদী
গ) দ্বৈত নাগৰিকত্ব ✅✅
ঘ) দৃঢ় আৰু নমনীয়

৯) “Unity and Integrity ” শব্দ দুটা সংবিধানৰ ক’ত ক’ত সন্নিৱিষ্ট হৈ আছে?

১. প্ৰস্তাৱনা
২. ৰাষ্ট্ৰৰ নিৰ্দেশাত্মক নীতি
৩. মৌলিক অধিকাৰ
৪. মৌলিক কৰ্তব্য

ক) ১ আৰু ৩
খ) ২ আৰু ৩
গ) ১ আৰু ৪ ✅✅
ঘ) কেৱল মাত্ৰ ১

১০) সংবিধানৰ ৪২তম সংশোধনীৰ দ্বাৰা প্ৰস্তাৱনাত তলত উল্লেখিত কোন কেইটা শব্দ সংযোজন কৰা হয়?

ক) Socialist,Secular, and Integrity ✅✅
খ) Socialist, Secular
গ) Socialist, Unity,Secular
ঘ) Socialist, Secular, Integrity

NB;প্ৰশ্নটো ভালকৈ পঢ়ি-বুজি উত্তৰ দিব|

১১) ভাৰতত পোন প্ৰথমবাৰৰ বাবে ক’ত পঞ্চায়তীৰাজ ব্যৱস্থা আৰম্ভণি হৈছিল?

ক) ৰাজস্থান ✅✅
খ) মহাৰাষ্ট্ৰ
গ) বিহাৰ
ঘ) অসম

১২) ভাৰতীয় সংবিধানখন কোনটো অনুচ্ছেদ অনুযায়ী সংশোধনীৰ ব্যৱস্থা কৰা হৈছে?

ক) ৩৬৮ ✅✅
খ) ৩৬০
গ) ৩৫৫
ঘ) ৩৫৭

১৩) ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদ অনুযায়ী ৰাষ্ট্ৰপতিয়ে বিত্তীয় জৰুৰীকালীন অৱস্থা ঘোষণা কৰিব পাৰে?

ক) ২৬০
খ) ৩৬০ ✅✅
গ) ৩৫৬
ঘ) ২৬৮

১৪) ভাৰতীয় সংবিধানত মুঠ কিমানটা মৌলিক অধিকাৰ সন্নিবিষ্ট কৰা হৈছে?
ক) ৬‌ টা ✅✅
খ) ৭ টা
গ) ১১ টা
ঘ) ১০ টা

© Apsc Tutorials

Leave a Comment

error: Content is protected !!