ভাৰত আৰু ফ্ৰান্সৰ মাজত সামুদ্ৰিক দ্বিপাক্ষিক অনুশীলন

ভৰুণা ২০২১ সামুদ্ৰিক দ্বিপাক্ষিক অনুশীলন:

Table of Contents

  • ভৰুণা ২০২১ সামুদ্ৰিক দ্বিপাক্ষিক অনুশীলন আৰম্ভ ভাৰত আৰু ফ্ৰাঞ্চৰ মাজত।
  • ১৯ সংখ্যক সামুদ্ৰিক দ্বিপাক্ষিক অনুশীলন আৰৱ সাগৰত ইতিমধ্যে ভাৰত আৰু ফ্ৰাঞ্চৰ মাজত আৰম্ভ হৈছে ২৫ এপ্ৰিল,২০২১ ৰ পৰা। যাৰ নাম হৈছে ” ভৰুণা ২০২১”
  • আৰম্ভ হোৱা এই অনুশীলনে, ভাৰত আৰু ফ্ৰাঞ্চৰ মাজৰ নৌসেনাৰ যি বন্ধুত্ব পূৰ্ণতা, সমন্বয়তা, সহযোগিতাৰ বৃদ্ধি পোৱা স্তৰক প্ৰদৰ্শন কৰিব।
  • এই অনুশীলন আৰব সাগৰত আৰম্ভ হ’ব।

এই অনুশীলন প্ৰায় তিনিদিন ধৰি চলিব, যত , এন্তি ছাবমেৰিন আৰু বায়ু প্ৰতিৰক্ষা অনুশীলন, ইন্তেঞ্চে ফিস্কদ আৰু ৰতাৰি ৱিং ফ্লায়িং অনুশীলন ক নিযুক্ত কৰা হৈছে।

 *এই অনুশীলনৰ মূল উদ্দেশ্য যে দুই নৌসেনা বাহিনীৰ যুদ্ধ ক্ষেত্ৰৰ যি অৰ্হতা সেই সমুহ আৰু উচ্চমানৰ কৰাৰ লগতে, সমুদ্ৰ ক্ষেত্ৰত সুৰক্ষা, শান্তি আৰু স্থিৰতা বৰ্তাই ৰখাৰ ওপৰতো বিশেষ গুৰুত্বতা প্ৰদান কৰিছে।

● ভাৰতীয় নৌ সেনাৰ নেতৃত্ব বহন কৰিব ফ্লেগ অফিচাৰ কম্মন্দিং ৱেষ্টাৰ্ণ ফ্লীত ৰীয়াৰ এডমিৰাল অজয় কোচাৰ, আনহাতে ফ্ৰাঞ্চৰ নৌ সেনাৰ নেতৃত্ব বহন কৰিব কমাণ্ডাৰ তাছক ফৰ্চ ৪৭৩, ৰীয়াৰ এডমীৰাল মাৰ্ক ঔচ দাত ( marc aussedat)

ভাৰত আৰু ফ্ৰান্সৰ মাজত সামুদ্ৰিক দ্বিপাক্ষিক অনুশীলন ২০২১

 

 

 

 

 

 

 

 

 

 

 

 

 

Leave a Comment

error: Content is protected !!