উত্তৰ চিকিমত প্ৰথম গ্ৰীণ সৌৰ শক্তি প্লান্ত ( green solar energy plant) উদ্বোধন ভাৰতীয় সৈন্য বাহিনীৰ:
● ৩০ এপ্ৰিল,২০২১ চনত ভাৰতীয় সৈন্য বাহিনীয়ে উত্তৰ চিকিম ত প্ৰথম সেউজ সৌৰ শক্তি প্লান্ট আৰম্ভ কৰে।
● ৫৬ কে ভি য়ে ক্ষমতা সম্পন্ন এই সৌৰ শক্তি ১৬০০০ ফুট ওখ। যত এই প্লান্টত বেনেটিয়াম আধাৰিত বেটাৰী তেকনিক ব্যৱহাৰ কৰা হৈছে।
● এই সমগ্ৰ প্লান্ট আই আই টি মুম্বাইৰ সহযোগত সম্পন্ন হৈছে।
বেনেটিয়াম বেটাৰী প্ৰক্ৰিয়া আচলতে কি?
● পোন প্ৰথম বাৰৰ বাবে অৰুণাচল প্ৰদেশত এই বেনেটিয়াম প্ৰক্ৰিয়া উদ্ভাৱন হৈছিল।২০২১ চনত।
● সমগ্ৰ বিশ্বৰ ভিতৰত ভাৰতে ৪ শতাংশ বেনেটিয়াম উপভোগ কৰে।যাৰ ভিতৰত এক তথ্য অনুসৰি জানিব পৰা গৈছে যে চীন এই প্ৰক্ৰিয়াৰ বৃহৎ উৎপাদক।
● বেনেটিয়া ম আচলতে সংক্ৰমন কালিন ধাতু যিয়ে,তাপ আৰু বিদ্যুৎ ৰ এটা ভাল পৰিবাহক। নৱীকৰণ শক্তিৰ উৎপাদন, পৰমাণু ৰীয়েক্তৰ , অন্তৰীক্ষ ৰ বাহন, ষ্টিল মিশ্ৰ ধাতু নিৰ্মাণৰ বাবে ইয়াক ব্যৱহাৰ কৰা হয়।
ভাৰতীয় সৈন্যৰ আন এক প্ৰকল্প হৈছে যে, জালাণ্ডৰ কেণ্টন মেন্তত আন এক গ গ্ৰীণ শীৰ্ষক প্ৰকল্প বিশ্ব ধৰিত্ৰী দিৱস ৰ দিনা উদ্বোধন কৰে।
এই প্ৰকল্পত ৩১৭৬ স্বদেশী পেনেল আছে যিয়ে ১ মেগা ৱাটৰ সৌৰ শক্তি ৰ উৎপাদন কৰে। এই শক্তিৰ ব্যবহাৰ সৈন্য চিকিৎসালয়ত ব্যবহাৰ কৰা হয়।