GK Quiz June 17, 2020June 15, 2020 by APSC Tutorials /7 187 Created on June 15, 2020 By apsc2020 GK QUIZ General Knowledge Quiz for Assam Police, Railways,Irrigation exam. 1 / 7 Q. ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম সভাপতি কোন আছিল? ক) ওমেশ চন্দ্র বেনাৰ্জী খ) এলেন অক্টোবিয়ান হিউম গ) দাদাভাই নৰৌজী ঘ) সুভাষচন্দ্র বসু 2 / 7 Q. অসমত "মধ্যাহ্ন ভোজন আঁচনি" কিমান চনত আৰম্ভ হৈছিল ? ক) ২০০৪ খ) ২০০৫ গ) ২০০৬ ঘ) ২০০৮ 3 / 7 Q. বংগ বিভাজন কেতিয়া হৈছিল? ক) ১৯১১ চনত খ) ১৯০৪ চনত গ) ১৯০৯ চনত ঘ) ১৯০৫ চনত 4 / 7 Q. ভাৰতৰ প্ৰকৃত কাৰ্য্যবাহী শাসক কোন? গ) প্ৰধানমন্ত্ৰী খ) ৰাজ্যপাল ক) ৰাষ্ট্ৰপতি ঘ) উচ্চতম ন্যায়ালয় 5 / 7 Q. ৰাষ্ট্ৰপতিৰ অনুপস্থিতিত উপৰাষ্ট্ৰপতিয়ে কিমান সময়ৰ বাবে ৰাষ্ট্ৰপতিৰ দায়িত্ব পালন কৰে ? গ) এমাহৰ বাবে ক) এবছৰৰ বাবে খ) ছমাহৰ বাবে ঘ) অনিৰ্দিষ্ট সময়লৈ 6 / 7 Q. মৰ্যাদাপূৰ্ণ ভাবে জীৱন যাপন কৰা- ক) মৌলিক অধিকাৰ খ) আইনগত অধিকাৰ গ) ৰাজনৈতিক অধিকাৰ ঘ) ওপৰৰ এটাও নহয় 7 / 7 Q.পৃথিৱীৰ সৰ্বোচ্চ অট্টালিকাটোৰ নাম? ক) এন্টিলিয়া খ) বুৰ্জ খলিফা গ) ছাংহাই টাৱাৰ ঘ) এম্পায়াৰ ষ্টেট বিল্ডিং Your score is The average score is 72% LinkedIn Facebook Twitter VKontakte 0% Restart quiz APSC Tutorials See author's posts
Thanks a lot for giving me the opportunity to attend the quiz .
Good
Thanks