GK Quiz June 18, 2020June 17, 2020 by APSC Tutorials 516 Created on June 17, 2020 By apsc2020GK GK QUIZ 1 / 6 Q. ভাৰতৰ আটাইতকৈ বেছি লোকসভাৰ আসন থকা ৰাজ্য কোনখন? ক) মহাৰাষ্ট্ৰ খ) পশ্চিম বংগ গ) কৰ্ণাটক ঘ) উত্তৰ প্ৰদেশ 2 / 6 Q. ভাৰতৰ দীৰ্ঘতম নদী - ক) ব্ৰহ্মপুত্ৰ খ) গংগা গ) গোদাবৰী ঘ) কাবেৰী 3 / 6 Q. ড° এ. পি. জে আব্দুল কালাম ভাৰতৰ কিমানতম ৰাষ্ট্ৰপতি আছিল? ক) ১১তম খ) ১২ তম গ) ১৩ তম ঘ) ১৪ তম 4 / 6 Q. ভাৰতীয় জাতীয় কংগ্ৰেছ প্ৰতিষ্ঠা হৈছিল? ক) ১৯৮৫ চনত খ) ১৮৮৫ চনত গ) ১৮৮৪ চনত ঘ) ১৮৮৬ চনত 5 / 6 Q. কোনখন ৰাজ্যত জন জাতীয় লোকৰ সংখ্যা সৰ্বাধিক? ক) বিহাৰ খ) মধ্যপ্ৰদেশ গ) ৰাজস্থান ঘ) ওপৰৰ এটাও নহয় 6 / 6 Q. ভাৰতৰ আটাইতকৈ ডাঙৰ মৰুভূমি কোনখন ৰাজ্যত অৱস্থিত? ক) ৰাজস্থান খ) মধ্যপ্ৰদেশ গ) হাৰিয়ানা ঘ) ওপৰৰ এখনো নহয় Your score is The average score is 69% LinkedIn Facebook Twitter VKontakte 0% Restart quiz APSC Tutorials See author's posts
Thanks
👌👌
thank you, i’m impressed by your care
Great working