GK Question Answers

Question Answer Series:





Q. তলৰ কোনখন দেশত এতিয়ালৈকে অলিম্পিক গেমছ অনুষ্ঠিত হোৱা নাই?
ক) ফ্ৰান্স
খ) বৃটেইন
গ) ভাৰতবৰ্ষ
ঘ) আমেৰিকা যুক্তৰাষ্ট্ৰ




উত্তৰ- গ) ভাৰতবৰ্ষ

Q. আন্তৰাষ্ট্ৰীয় অলিম্পিক দিৱস কেতিয়া পালন কৰা হয়?
ক) ২১ জুন
খ) ২২ জুন
গ) ২৩ জুন
ঘ) ২৪ জুন
উত্তৰ- গ) ২৩ জুন


Q. ভাষাৰ ভিত্তিত গঠন হোৱা প্ৰথমখন ৰাজ্য হ’ল-
ক) অন্ধ্ৰপ্ৰদেশ
খ) গুজৰাট
গ) মহাৰাষ্ট্ৰ
ঘ) ওপৰৰ এটাও নহয়
উত্তৰ- ক) অন্ধ্ৰপ্ৰদেশ

Q.”মোৰ জীৱন সোঁৱৰণ”কাৰ আত্মজীৱনী?
ক)লক্ষ্মীনাথ বেজবৰুৱা
খ)পদ্মনাথ গোহাঞিবৰুৱা
গ)পদ্মনাথ চলিহা
ঘ)অমিয় কুমাৰ দাস
উত্তৰ- ক)লক্ষ্মীনাথ বেজবৰুৱা

Q. চাইট্ৰিক এচিড ক’ত পোৱা যায়-
ক) নেমু
খ) কমলা
গ) আঙুৰ
ঘ) ওপৰৰ আটাইকেইটাত




উত্তৰ- ঘ) ওপৰৰ আটাইকেইটাত

Q. ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযান কোন চনৰ পৰা আৰম্ভ হৈছিল?
ক) ২০০০
খ) ২০০১
গ) ২০০৯
গ) ২০১০
উত্তৰ- গ) ২০০৯

Q. Pala বংশৰ শেষৰ জন ৰজা কোন আছিল?
ক) গোপালা
খ) মদনপালা
গ) কুমাৰপালা
ঘ) ৰামাপালা
উত্তৰ- খ) মদনপালা

Q. “NRI” দিৱস কেতিয়া পালন কৰা হয়?
ক) ৮ জানুৱাৰী
খ) ৯ জানুৱাৰী
গ) ১০ জানুৱাৰী
ঘ) ৩১ জানুৱাৰী
উত্তৰ- খ) ৯ জানুৱাৰী

Q. ভাৰতবৰ্ষত সংবিধান দিৱস কেতিয়া পালন কৰা হয়?
ক) ২৬ জানুৱাৰী
খ) ২৬ মে’
গ) ২৬ নবেম্বৰ
ঘ) ১৫ আগষ্ট
উত্তৰ- গ

Q. ‘অৰ্থনীতি’ ৰ পিতৃ বুলি কাক কোৱা হয়?
ক) আগষ্ট ক’ট
খ) এৰিষ্টটল
গ) আদাম স্মিথ
ঘ) প্লেটো
উত্তৰ- গ)

Q. WWW ৰ সম্পূৰ্ণ ৰূপটো কি ?
ক) World wide web
খ) World wide wares
গ) World wide wait
ঘ) World wide war
Ans- a) World Wide Web

Q. “এচিয়াটিক সিংহ” সম্পৰ্কত তলৰ বাক্য দুটাৰ শুদ্ধতা বিচাৰ কৰক-

1) ই কেৱল মধ্য প্ৰদেশত পোৱা যায়।
2) এই প্ৰজাতিৰ সিংহক IUCN এ Red List ত অন্তর্ভুক্ত কৰিছে।

a) 1 Only
b) 2 only
c) both 1&2
d) None
Answer- b)

Q. ” মানৱ উন্নয়ন সূচাংক” (Human Development Index) তলৰ কোনটো সংস্থাই জাৰি কৰে ?
ক) UNDP
খ) UNCTAD
গ) ASEAN
ঘ) IBRD
Ans- ক)

Q. ভাৰতীয় জাতীয় কংগ্ৰেছ কেতিয়া নৰমপন্থী আৰু চৰমপন্থী দুটা গোটত বিভক্ত হৈছিল?
ক) ১৯০৫
খ) ১৯০৬
গ) ১৯০৭
ঘ) ১৯১১
Ans- গ)

Q.”বহল ব্যাকৰণ ” ৰ ৰচক কোন?
ক)হেমচন্দ্ৰ গোস্বামী
খ)সত্যনাথ বৰা
গ)বাণীকান্ত কাকতি
ঘ)নাৰায়ণ দাস
Ans- খ)

Q.”মোৰ সোঁৱৰণী”কাৰ আত্মজীৱনী?
ক)লক্ষ্মীনাথ বেজবৰুৱা
খ)পদ্মনাথ গোহাঞিবৰুৱা
গ)পদ্মনাথ চলিহা
ঘ)অমিয় কুমাৰ দাস
Ans- খ)

Q. ভাৰতবৰ্ষত কোন চনত পোন প্ৰথমবাৰৰ বাবে পাৰমাণৱিক পৰীক্ষণ সম্পন্ন কৰা হৈছিল?
ক) ১৯৬৯
খ) ১৯৭১
গ) ১৯৭৪
ঘ) ১৯৭৫
Ans- গ)

Q. বিশ্ব স্বাস্থ্য সংস্থাৰ মূখ্য কাৰ্যালয় ক’ত অৱস্থিত?
ক) জেনেভাত
খ) ৱাশ্বিংটনত
গ) পেৰিছত
ঘ) নিউৱৰ্কত



Ans- ক)

1 thought on “GK Question Answers”

Leave a Comment

error: Content is protected !!