GK Question Answers for Assam Police

GK Important Questions

1/ আহোমৰ কোনজন ৰজাই ১০০০ টা হাতী ধৰাৰ বাবে তেওঁক “গজপতি” আখ্যা দিয়া হৈছিল?

ক) প্ৰতাপ সিংহ

খ)জয়ধ্বজ সিংহ

গ)শিৱ সিংহ

)চুহুংমুং

Answer=ক) প্ৰতাপ সিংহ

2/ নেহৰু প্ৰতিবেদন সমিতিৰ অধ্যক্ষ কোন আছিল?

ক) জৱাহৰলাল নেহৰু
খ) মতিলাল নেহৰু
গ) মহাত্মা গান্ধী
ঘ) এম. এ. আনছাৰী

Answer= খ) মতিলাল নেহৰু

3/ ছাৰ আকবৰ হাইদৰী কোন আছিল?

ক) গুৱাহাটী উচ্চ ন্যায়ালয় মুখ্য ন্যায়ধীশ।
খ) অসম বিধান সভাৰ অধ্যক্ষ।
গ) অসমৰ ৰাজ্যপাল।
ঘ) অসম লোকসেৱা আয়োগৰ অধ্যক্ষ।

Answer= গ) অসমৰ ৰাজ্যপাল।

4/ তলৰ কোন গৰাকী প্ৰধানমন্ত্ৰীৰ শাসনকালত ছাৰকাৰীয়া আয়োগ গঠন কৰা হৈছিল? APSC2001

ক) ভি. পি. সিং
খ) ইন্দ্ৰিৰা গান্ধী
গ) নৰসিংহ ৰাও
ঘ) ৰাজীৱ গান্ধী

Answer= খ) ইন্দ্ৰিৰা গান্ধী

5/স্বাধীন ভাৰতৰ প্ৰথম সাধাৰণ নিৰ্বাচন কিমান চনত অনুষ্ঠিত হৈছিল? APSC2001

ক) ১৯৫১
খ) ১৯৫২
গ) ১৯৫৩
ঘ) ১৯৫৪

Answer=খ) ১৯৫২

6/অসমীয়া গদ্য সাহিত্যৰ জন্মদাতা কোন?

ক) ভট্টদেৱ

খ) ৰামদেৱ

গ) ব্যাসদেৱ

ঘ) শংঙ্কৰদেৱ

Answer= ক) ভট্টদেৱ

7/ কোনটো সংবিধান সংশোধনীৰ জৰিয়তে পৌৰসভাক সাংবিধানিক মৰ্যাদা প্ৰদান কৰা হৈছিল?

ক) ৭৩ তম
খ) ৭৪ তম
গ) ৬৯ তম
ঘ) ৬১ তম

Answer= খ) ৭৪ তম

8/ স্বাধীন ভাৰতত পোন প্ৰথমবাৰৰ বাবে কোনখন ৰাজ্যত অকংগ্ৰেছী চৰকাৰ গঠন হৈছিলে?

ক) তামিল নাডু
খ) কেৰেলা
গ) পশ্চিমবঙ্গ
ঘ) ওপৰৰ এটাও নহয়

Answer=খ) কেৰেলা

Leave a Comment

error: Content is protected !!