সাধাৰণ জ্ঞান:

Q. ৰাষ্ট্ৰপতিক কোনে পদ আৰু গোপনীয়তাৰ শপত বাক্য পাঠ কৰোৱাই?
ক) উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়ধীশ
খ) উপ-ৰাষ্ট্ৰপতি
গ) প্ৰধানমন্ত্ৰী
ঘ) উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ ন্যায়ধীশ
Q. অসমীয়া সাহিত্যত ‘সাগৰ দেখিছা’ কবি হিচাপে কাক জনা যায়?
ক) দেৱকান্ত বৰুৱা
খ) নৱকান্ত বৰুৱা
গ) যতিন্দ্র নাথ দুৱৰা
ঘ) ৰঘুনাথ চৌধাৰী
Q.ভাৰতত প্ৰথম কিমান চনত বাতৰি কাকত প্ৰকাশ পাইছিল ?
ক) ১৭৮০
খ) ১৭৮৫
গ) ১৮৯০
ঘ) ১৭১০
Q. মানৰ প্ৰথম আক্ৰমণৰ সময়ত আহোম স্বৰ্গদেউ কোন আছিল?
ক) গৌৰীনাথ সিংহ
খ) পুৰন্দৰ সিংহ
গ) চন্দ্রকান্ত সিংহ
ঘ) ওপৰৰ এজনো নহয়
Q. নাগৰিকত্ব সংশোধনী আইন- ২০১৯ কেতিয়াৰ পৰা কাৰ্যকৰী কৰা হৈছে?
ক) ১০ ডিচেম্বৰ, ২০১৯
খ) ১০ জানুৱাৰী, ২০২০
গ) ১১ ডিচেম্বৰ, ২০১৯
ঘ) ১২ ডিচেম্বৰ, ২০১৯
Q. মাউন্ট এভাৰেষ্টৰ উচ্চতা কিমান?
ক) ৮৮৪৮ মিটাৰ
খ) ৮৮৪০ মিটাৰ
গ) ৭৮৮৪ মিটাৰ
ঘ) ৮৮৮৪ মিটাৰ
Q. দীৰ্ঘতম ডেল্টা –
ক) কাবেৰী নদীৰ ডেল্টা
খ) সুন্দৰবন
গ) গোদাবৰী নদীৰ ডেল্টা
ঘ) মহানদীৰ ডেল্টা
Q. ‘Salt Satyagraha’ কিমান চনত হৈছিল?
ক) ১৯৩০ চনত
খ) ১৯২৯ চনত
গ) ১৯৩১ চনত
ঘ) ১৯৩২ চনত
Q. মহাত্মা গান্ধীয়ে প্ৰথমে তলৰ কোনটো আন্দোলনত অংশগ্রহণ কৰিছিল?
ক) স্বদেশ আন্দোলন
খ) অসহযোগ আন্দোলন
গ) চম্পাৰণ সত্যাগ্ৰহ
ঘ) আইন অমান্য আন্দোলন
Q. ‘নাটাল ইণ্ডিয়ান কংগ্ৰেছ’ কিমান চনত স্থাপিত হৈছিল?
ক) ১৮৮৫ চনত
খ) ১৮৮৮ চনত
গ) ১৮৯৯ চনত
ঘ) ১৯০৪ চনত
Q. Shimla Agreement কেতিয়া হৈছিল?
ক) ২ জানুৱাৰী, ১৯৪৭
খ) ২ মাৰ্চ, ১৯৭২
গ) ২ জানুৱাৰী, ১৯৭২
ঘ) ২ জুলাই, ১৯৭২
Q. কিমান চনত মহাত্মা গান্ধী ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভাপতি হৈছিল?
ক) ১৯২৬ চনত
খ) ১৯২২ চনত
গ) ১৯৩১ চনত
ঘ) ১৯২৪ চনত
Q. ‘Indian Opinion’ আলোচনীখন কিমান চনত প্ৰকাশিত হৈছিল?
ক) ১৯০০ চনত
খ) ১৯০৯ চনত
গ) ১৯০৫ চনত
ঘ) ১৯০৪ চনত
Q. তলৰ কোনজনক ‘Father of Indian Unrest’ বুলি কোৱা হয়?
ক) বাল গংগাধৰ তিলক
খ) দাদাভাই নৌৰজী
গ) এলেন অক্টোবিয়ান হিউম
ঘ) মহাত্মা গান্ধী
GENERAL KNOWLEDGE :
Q. When was the NITI(National Institution for Transforming India)) Aayog formed?
a) 2014
b) 2015
c) 2016
d) 2017
Q. Who is the youngest recipient of Bharat Ratna Award?
a) Dr. B.R. Ambedkar
b) Rajeev Gandhi
c) Sachin Tendulkar
d) Zakir Hussain
Q.Which state is in the eastern most state of India
a) Assam
b) Nagaland
c) Arunachal Pradesh
d) Manipur
Q. Who is the Prime Minister of Russia?
a) Vladimir Putin
b) Dmitry Medvedev
c) Mikhail Mishustin
d) None of them
GENERAL ENGLISH:
#Synonyms
Q. FOSTERING:
a) Safeguarding
b) Neglecting
c) Ignoring
d) Nurturing
#Synonyms
Q. MASSIVE:
a) Strong
b) Little
c) Gaping
d) Huge
#Synonyms
Q. DEFER
a) Indifferent
b) Defy
c) Differ
d) Postpone
#One word-Substitution
Q. One who abandons his religious faith:
A. Apostate
B. Prostate
C. Profane
D. Agnostic
Q. A hater of Knowledge and Learning:
A. Bibliophile
B. Philologist
C. Misogynist
D. Misologist
Q. One who believes in the power of fate:
A. Fatalist
B. Optimist
C. Pessimist
D. Parsimonious
Q. Person who doesn’t believe in the existence of God:
A. Theist
B. Heretic
C. Atheist
D. Fanatic
Thank you for your guidance. . Kindly let me know is there any procedure to get PDF files of questions answers section wise.
If possible do let me know.🙏
Phn No- 7002239195
Is there any process to get pdf files ?
And thanks for the questions