One Liner GK (Assamese)

GK Part – I




1.ভাৰতৰ প্ৰকৃত কাৰ্য্যবাহী শাসক কোন
উত্তৰ- প্ৰধানমন্ত্ৰী
2.ৰাষ্ট্ৰপতিৰ অনুপস্থিতিত উপৰাষ্ট্ৰপতিয়ে কিমান সময়ৰ বাবে ৰাষ্ট্ৰপতিৰ দায়িত্ব পালন কৰে ?
উত্তৰ – ছমাহৰ বাবে3.অসমত “মধ‍্যাহ্ন ভোজন আঁচনি” কিমান চনত আৰম্ভ হৈছিল ?
উত্তৰ- ২০০৫

4.কোনখন ৰাজ্য চৰকাৰে মহিলাসকলৰ সুৰক্ষাৰ বাবে “দামিনী” নামৰ হেল্পলাইন নম্বৰ মুকলি কৰিছে ?
উত্তৰ-  উত্তৰ প্ৰদেশ

5.RBI a দৃষ্টিহীন সকলক সহায় কৰিবলৈ মুকলি কৰা mobile app টোৰ নাম কি
উত্তৰ-  Money Mobile

6. কোনখন ৰাজ্যৰ চৰকাৰে “Amma Vodi” নামৰ নতুন যোজনাৰ আৰম্ভ কৰিছে
উত্তৰ- অন্ধ্ৰপ্ৰদেশ

7.নামমাত্র কাৰ্যপালিকা-
উত্তৰ – ৰাষ্ট্ৰপতি

8.বংগ বিভাজন সময়ত ব্ৰিটিছ ভাইচৰয় কোন আছিল?
উত্তৰ- লৰ্ড কাৰ্জন

9.চিপাহী বিদ্ৰোহৰ সময়ত মোগল সম্রাট কোন আছিল?
উত্তৰ-  বাহাদুৰ শ্বাহ দ্বিতীয় (II)

10. ৰাজা ৰামমোহন ৰায়ে ব্ৰাহ্ম সমাজ কেতিয়া গঠন কৰিছিলে?
উত্তৰ- ১৮২৮ খ্ৰীষ্টাব্দত

11.বংগ বিভাজন কেতিয়া হৈছিল?
উত্তৰ-১৯০৫ চনত

12. অসমত কেতিয়াৰ পৰা ৰে’লগাড়ী চলাচল আৰম্ভ হৈছিল?
উত্তৰ- ১৮৮৫ চনত

13. ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম সভাপতি কোন আছিল?
উত্তৰ- ওমেশ চন্দ্র বেনাৰ্জী

14.মৰ্যাদাপূৰ্ণ ভাবে জীৱন যাপন কৰা-
উত্তৰ- মৌলিক অধিকাৰ




15.Q. অসমীয়া ভাষা উন্নতি সাধিনী সভা কেতিয়া গঠন হৈছিল?

উত্তৰ- ১৮৮৮
16.অসমত ভাৰতীয় জাতীয় কংগ্ৰেছৰ বাৰ্ষিক অধিৱেশন কিমান চনত অনুষ্ঠিত হৈছিল?
উত্তৰ- ১৯২৬ চনত
17. ‘Bulbul Can Sing’ চিনেমাৰ পৰিচালক আছিল?
উত্তৰ-ৰিমা দাস
18. কোনজন আহোম ৰজা দিনত মোৱামৰীয়া বিদ্ৰোহ হৈছিল?
উত্তৰ-লক্ষ্মীসিংহ19. অসমৰ সৰ্বপ্ৰথম বুৰঞ্জী কোনে লিখিছিল?
উত্তৰ- আহোমসকলে

20.জয়সাগৰ পুখুৰী কোনজন আহোম ৰজা খন্দাইছিল?
উত্তৰ- ৰুদ্ৰ সিংহ
21.কাৰ স্মৃতি ৰক্ষাৰ উদ্দেশ্যে জয়সাগৰ পুখুৰী খন্দা হৈছিল?
উত্তৰ- জয়মতী22.বৰ্তমান অসমত কেইখন তেল শোধনাগাৰ আছে?
উত্তৰ- ৪ খন

23.গুৱাহাটী উচ্চ ন্যায়ালয় কিমান চনত স্থাপিত হৈছিল?
উত্তৰ- ১৯৪৮

24.অসমীয়া বধকাব্যৰ স্ৰষ্টা কোন?
উত্তৰ-ৰামসৰস্বতী

25.প্ৰথম অসমীয়া সামাজিক নাট কি?
উত্তৰ-ৰাম-নৱমী

26.বৈষ্ণৱ ধৰ্মৰ চাৰি পুথি:-কীৰ্ত্তন,নামঘোষা ,ভক্তি-ৰত্নাৱলী আৰু এখন কি?
উত্তৰ-দশম

27.”দেৱী আৰু শিৱ”কাৰ গৱেষণা সম্বন্ধীয় গ্ৰন্থ?
উত্তৰ-নিৰ্মলপ্ৰভা বৰদলৈ

28.”কেঁচা পাতৰ কপনি” কাৰ উপন্যাস?
উত্তৰ-প্ৰফুল্ল দত্ত গোস্বামী
29.অসমীয়া সাহিত্যত কোনজন কবিক পথাৰৰ কবি হিচাপে খ্যাত?
উত্তৰ-ৰাম গগৈ30.ভটিমা কেইপ্ৰকাৰৰ ?
উত্তৰ- 4

31.পৃথিৱীৰ সৰ্বোচ্চ অট্টালিকাটোৰ নাম?
উত্তৰ – বুৰ্জ খলিফা

32.২০১৮ চনত শ্ৰেষ্ঠ চিনেমাৰ অস্কাৰ পাইছে-
উত্তৰ – দ্য শ্বেপ অৱ ৱাটাৰ

33.পৃথিৱীত সৰ্বমুঠ কেইখন মহাদেশ আছে?
উত্তৰ- ৭ খন

34.’The Land of five Rivers’ বুলি কোনখন ৰাজ্যক কোৱা হয়?
উত্তৰ- পঞ্জাব

35.২০২০ চনৰ এচিয়াৰ বিশ্ববিদ্যালয় সমূহৰ ভিতৰত কোনখন বিশ্ববিদ্যালয় শীৰ্ষ স্থানত আছে?
উত্তৰ – National University of Singapore

36.’ অসমৰ সংস্কৃতি’ শীৰ্ষক গ্ৰন্থখনৰ লিখক কোন?
উত্তৰ – ড° লীলা গগৈ

37.নিকাসংহতিৰ পৃষ্ঠপোষক কোন আছিল??
উত্তৰ – মাধৱদেৱ

38.নিৰ্মল প্ৰভা বৰদলৈয়ে অসমীয়া লোক সংস্কৃতিৰ সম্পৰ্কত লিখা গ্ৰন্থখনৰ নাম কি??
উত্তৰ- অসমৰ লোক-সংস্কৃতি

39.প্ৰথম অসমীয়া চনেট পুথিখন কি??
উত্তৰ-মালচ

40.”মোৰ যে কিমান হেঁপাহৰ” নামৰ গীতৰ পুথিখনৰ বাবে কোন জন সাহিত্যিকে সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল??
উত্তৰ-কেশৱ মহন্ত

41.নৱকান্ত বৰুৱাই কোনখন কাব্যপুথিৰ বাবে অসম প্ৰকাশন পৰিষদ বঁটা লাভ কৰিছিল??
উত্তৰ-মোৰ আৰু পৃথিৱীৰ

42.প্ৰথম অসমীয়া আই. চি. এছ বিষয়া কোন আছিল?
উত্তৰ- আনন্দৰাম বৰুৱা

43.পৃথিৱীৰ আটাইতকৈ দীৰ্ঘতম নদী কোনখন?
উত্তৰ – নীল নদী

44. “ৰাষ্ট্ৰদোহীৰ দিন-লিপি” গ্ৰন্থখনৰ লিখক কোন?
উত্তৰ –পৰাগ দাস

45.ধলা-শদিয়া দলংখন কোনটো নদীৰ ওপৰত নিৰ্মাণ কৰা হৈছে?
উত্তৰ- লুহিত ( Lohit)

46.উচ্চতম ন্যায়ালয়ে বাবৰি মছজিদ বনাম ৰাম মন্দিৰ বিবাদৰ ঐতিহাসিক ৰায়দান কেতিয়া দিছিল?
উত্তৰ- ৯ নবেম্বৰ, ২০১৯

47.উত্তৰ- পূৰ্বাঞ্চলৰ প্ৰৱেশদ্বাৰ বুলি কাক কোৱা হয়?
উত্তৰ- গুৱাহাটী

48.কোনখন ঠাই পক্ষীৰ অদ্ভুত আত্মহননৰ বাবে বিখ্যাত?
উত্তৰ – জাটিংগা

49.ৰাষ্ট্ৰীয় শিক্ষা নীতি কোন চনত প্ৰৱৰ্তন কৰা হৈছিল?
উত্তৰ- ১৯৮৬

50. অসমত কেইখন ৰাষ্ট্ৰীয় উদ্যান আছে?
উত্তৰ – ৫ খন

51. গুৱাহাটী উচ্চ ন্যায়ালয় প্ৰথম অসমীয়া মূখ্য ন্যায়ধীশ কোন?
উত্তৰ- হলিৰাম ডেকা
52. ভাৰতীয় সংবিধানত বৰ্তমান কিমানটা অনুচ্ছেদ আছে?
উত্তৰ-  ৪৪৮
53. ইণ্ডিয়ান চেম্বাৰ অৱ কমাৰ্চ কেতিয়া গঠন হৈছিল?
উত্তৰ- ১৯২৫
54. গুৱাহাটী উচ্চ ন্যায়ালয় কিমান খনৰ ৰাজ্যৰ উচ্চ ন্যায়ালয়?
উত্তৰ-  ৪ খন( অসম, অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মিজোৰাম)
55. ভাৰতীয় নিৰ্বাচন আয়োগৰ প্ৰথম গৰাকী মুখ্য নিৰ্বাচনী আয়ুক্ত কোন আছিল?
উত্তৰ-  সুকুমাৰ সেন
56. ভাৰতৰ প্ৰধানমন্ত্ৰীৰ নিৰাপত্তা দিয়া বাহিনীটো হ’ল-
উত্তৰ- এছ. পি. জি
57. ভাৰত চৰকাৰ আইন-১৯১৯ কেতিয়াৰ পৰা কাৰ্য্যকৰী কৰা হৈছিল ?
উত্তৰ-  ১৯২১
58. ২০১৮ চনৰ জ্ঞানপীঠ বঁটা কোনে লাভ কৰিছে?
উত্তৰ- অমিতাভ ঘোষ
error: Content is protected !!