Q1. Who acts as the Chairman of the Election Commission after appointment as Election Commissioner?
a) Prime Minister
b) Home Minister
c) Chief Appointment Officer
d) Chief Election Commissioner
Ans- d) Chief Election Commissioner
Q2. Who decides allotment of symbols to Political Parties?
a) Political Party leader
b) Political Party Governing Committees
c) Election Commission
d) Election Committee of Political Party
Ans- c) Election Commission
Q3. Under which Constitutional Article, Special leave to appeal lies with the Supreme Court?
a) Article 136
b) Article 137
c) Article 138
d) Article 139
Ans- a) Article 136
Q4. Under which Constitutional Article enlargement of the jurisdiction of the Supreme Court is mentioned?
a) Article 145
b) Article 148
c) Article 138
d) Article 143
Ans- c) Article 138
Q5. Up to which year Chief Election Commissioner functioned as one-man Commission.
a) 1988
b) 1989
c) 1987
d) 1986
Ans- b) 1989
Q6. On what basis, Election to Lok Sabha and State Legislature shall be conducted?
a) Adult Suffrage
b) Indirect Election
c) Direct Election
d) None of the above
Ans- a) Adult Suffrage
Q7.Under which Constitutional Amendment, provision for minimum age as 18 years for the Indian citizen was made to become eligible to vote?
a) 60th Amendment Act 1988
b) 61st Amendment Act 1989
c) 62nd Amendment Act 1989
d) None of the above
Ans- b) 61st Amendment Act 1989
Q8. প্ৰাৰম্ভিক সময়ত ভাৰতবৰ্ষত ভোটাধিকাৰ সাব্যস্ত নূন্যতম বয়সৰ সীমা কিমান আছিল ?
ক) ১৮ বছৰ
খ) ১৯ বছৰ
গ) ২১ বছৰ
ঘ) ২০ বছৰ
Ans- গ) ২১ বছৰ
Q9. ভাৰতৰ মূখ্য নিৰ্বাচনী আয়ুক্ত গৰাকীক কোনো নিযুক্তি দিয়ে?
ক) প্ৰধান মন্ত্ৰী
খ) ৰাষ্ট্ৰপতি
গ) মুখ্য ন্যায়ধীশ
ঘ) উপ-ৰাষ্ট্ৰপতি
Ans- খ) ৰাষ্ট্ৰপতি
Q10. ৰাষ্ট্ৰৰ নিৰ্দেশাত্মক নীতি সমূহ কোনখন দেশৰ সংবিধান পৰা লোৱা হৈছে?
ক) বৃটেইন
খ) কানাডা
গ) আয়াৰলেণ্ড
ঘ) আমেৰিকা যুক্তৰাষ্ট্ৰ
Ans- গ) আয়াৰলেণ্ড
Q11. ভাৰতবৰ্ষৰ সংবিধান ৰচনাৰ কাৰণে কোনে পোন প্ৰথমবাৰৰ বাবে সংবিধান সভা গঠনৰ পোষকতা কৰিছিল?
ক) মহাত্মা গান্ধী
খ) বি.আৰ. আম্বেদকাৰ
গ) বি. এন ৰাও
ঘ) এম.এন. ৰয়
Ans- ঘ) এম.এন. ৰয়
Q12. সংবিধানৰ কোনটো অনুচ্ছেদ অনুযায়ী সংসদক সংবিধান সংশোধনীৰ ক্ষমতা প্ৰদান কৰা হৈছে?
ক) ৩৬০
খ) ৩৬৮
গ) ৩৭০
ঘ) ২৬৮
Ans- খ) ৩৬৮
Q13. ভাৰতীয় সংবিধান কেতিয়া গৃহীত কৰা হৈছিল?
ক) ২৬ জানুৱাৰী, ১৯৫০
খ) ২৬ নবেম্বৰ, ১৯৪৯
গ) ২৪ জানুৱাৰী, ১৯৫০
ঘ) ২৬ ডিচেম্বৰ, ১৯৪৯
Ans- খ) ২৬ নবেম্বৰ, ১৯৪৯
Q14. সংবিধান সভাত মহিলা সদস্যৰ সংখ্যা কিমান আছিল?
ক) ১৫
খ) ১৬
গ) ১৪
ঘ) ১৩
Ans- খ) ১৬
Q15. সংবিধান সভাৰ দ্বিতীয় বৈঠকত কোনে সভাপতিত্ব কৰিছিল?
ক) ড° সচ্চিদানন্দ সিনহা
খ) জৱাহৰলাল নেহৰু
গ) ৰাজেন্দ্ৰ প্ৰসাদ
ঘ) বি.আৰ. আম্বেদকাৰ
Ans- গ) ৰাজেন্দ্ৰ প্ৰসাদ
Q16. ভাৰতীয় সংবিধান সম্পূর্ণৰূপে কাৰ্য্যকৰী কৰাৰ সময়ত ভাৰতত মুঠ ৰাজ্যৰ সংখ্যা আছিল?
ক) ১৩
খ) ১৪
গ) ১৫
ঘ) ওপৰৰ এটাও নহয়
Ans- খ) ১৪
Q. “কাণে কাণ মাৰি” মানে কি বুজায় ?
ক) কাণেৰে নুশুনা
খ) কোনো মতে
গ) এলেহুৱা
ঘ) যথেষ্ট হোৱা
Ans- খ) কোনো মতে
Q.”হাত-দীঘল”ৰ অৰ্থ হ’ল?
ক)চোৰ স্বভাৱ
খ)ক্ষমতাশালী
গ)অতি কষ্টকৰ লোক
ঘ)সমান
Ans- খ)ক্ষমতাশালী
GK QUIZ TODAY

Well done