আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্রাম্পে H-1B Visa আৰু অন্যান্য কৰ্মৰ সৈতে জড়িত ভিজা সমূহ এবছৰৰ কাৰণে বাতিল কৰিছে:
US President Donald Trump এ ২২ জুন তাৰিখে এটি অধীসুচনাৰ জৰিয়তে অস্থায়ী ভিজা সমূহ বিশেষকৈ H-1B ভিজা জাৰি কৰা বাতিল কৰিছে ৩১ ডিচেম্বৰলৈকে।
যিটো ভিজা ভাৰতীয় প্রযুক্তিবিদ্যাৰ লোক সমূহৰ মাজত অতিকৈ জনপ্রিয় আছিল।
মূখ্য বিষয়:
১/ আমেৰিকা যুক্তৰাষ্ট্ৰৰ এই সিদ্ধান্তই Indian IT Professional ওপৰত প্ৰভাৱ পেলাব।
২/ কোম্পানি আৰু IT Professional সকলে বছৰৰ শেষলৈকে বাট চাব লাগিব।
৩/ যি সকলে ইতিপূর্বেই ভিজাৰ ম্যাদ বৃদ্ধিৰ বাবে আবেদন জনাইছিলে, সেই সকলে চৰকাৰৰ এই সিদ্ধান্তৰ দ্বাৰা প্ৰভাৱিত হ’ব।
President @realDonaldTrump is taking common-sense action to put Americans first in line for jobs as we recover from the impact of Coronavirus. http://45.wh.gov/hY8Lb3
President Donald J. Trump Is Putting American Workers First
President Trump is extending the pause on new immigrant visas through the end of the year.
প্ৰেচিডেণ্ট ডনাল্ড ট্রাম্পে লোৱা American first নীতিৰ ফলস্বৰূপে বহু বিদেশী লোকে ইতিমধ্যেই আমেৰিকাত নিজৰ চাকৰিক লৈ সংকটত ভূগিছে।