HS first-year students can now change stream, subject:
- অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে (Assam Higher Secondary Education Council) উচ্চতৰ মাধ্যমিক প্ৰথম বাৰ্ষিকৰ ছাত্ৰ-ছাত্ৰী সকলৰ বাবে বিষয়(Subject), শাখা (Stream) আৰু শিক্ষানুষ্ঠান সলনি কৰাৰ সুযোগ প্ৰদান কৰিছে।
শিক্ষা সংসদে জনোৱা মতে বহুতো ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকৰ লগতে শিক্ষানুষ্ঠান সমূহেও বিষয় সলনি কৰাৰ কথা শিক্ষা সংসদক অৱগত কৰায়।
ছাত্ৰ-ছাত্ৰীৰ দাবীৰ প্ৰতি সঁহাৰি জনাই শিক্ষা সংসদে দৰ্পণ (darpan) পৰ্টেল ১ নবেম্বৰৰ পৰা ১৫ নবেম্বৰলৈ খুলা থাকিব। আৰু ছাত্ৰ ছাত্ৰী সকলে বিষয় সমুহ সলনি কৰাৰ সুযোগ লাভ কৰিব।
Darpan Portal – click here