DAILY QUIZ MCQs (অসমীয়া)

  1. Daily Quiz MCQs:

Q. মৌৰ্য বংশৰ শ্ৰেষ্ঠ ৰজাজন হ’ল-

ক) চন্দ্রগুপ্ত মৌৰ্য

খ) অশোক✅

গ) বিন্দুসাৰ

ঘ) ওপৰৰ এজনো নহয়

 

Q. স্বত বিলোপ নীতি প্ৰয়োগ কৰি কোনখন ৰাজ্য প্ৰথমে ব্ৰিটিছ সাম্ৰাজ্যৰ লগত চামিলকৰন কৰিছিল?

ক) ঝান্সি

খ) নাগপুৰ

গ) সাতাৰা✅

ঘ) সম্বলপুৰ




Q. ভাৰতৰ প্ৰথম বাতৰি কাকতখনৰ নাম আছিল?

ক) বেংগল গেজেট ✅

খ) অৰুণোদয়

গ) কেশৰী

ঘ) বংগ দৰ্শন

 

Q. ১৮৭৮ চনৰ দেশীয় ভাষাৰ ছপাশাল আইন কোনে প্ৰৱৰ্তন কৰিছিল?

ক) লৰ্ড ৰিপন

খ) লৰ্ড কাৰ্জন

গ) লৰ্ড লিটন✅

ঘ) লৰ্ড মাউন্টবেটেন

MCQs in Assamese

Q. ‘বন্দেমাতৰম্’ গীতটো কোনে ৰচনা কৰিছিল?

ক) ৰবীন্দ্ৰনাথ ঠাকুৰ

খ) ভগত সিং

গ) বংকিম চন্দ্ৰ চেটাৰ্জি ✅

ঘ) ওপৰৰ এজনো নহয়

 

Q. মোগল সম্ৰাট আকবৰে প্ৰৱৰ্তন কৰা ধৰ্মটো হ’ল-

ক) ইছলাম

খ) বৌদ্ধ

গ) দিন-ই-ইলাহী✅

ঘ) ওপৰৰ এটাও নহয়

 

Q. লক্ষ্ণৌত চিপাহী বিদ্ৰোহৰ নেতৃত্ব দিছিল?

ক) বেগম হজৰত মহল✅

খ) কোঁৱৰ সিং

গ) নানা চাহেব

ঘ) লক্ষ্মী বাঈ

 

Q. আধুনিক ভাৰতৰ পিতৃ বুলি কাক জনা যায়?

ক) জৱাহৰলাল নেহৰু

খ) মহাত্মা গান্ধী

গ) ৰাজা ৰাম মোহন ৰায়✅

ঘ) স্বামী বিবেকানন্দ

 

Q. ১৮৫৭ চনৰ বিদ্ৰোহক কোনে প্ৰথম স্বাধীনতাৰ যুদ্ধ বুলি আখ্যা দিছিল?

ক) সাৱাৰকাৰ✅

খ) ৰাজা ৰাম মোহন ৰায়

গ) নৰ্টন

ঘ) ছাৰ জেমছ আউটৰাম

 

Q. অসহযোগ আন্দোলন আৰম্ভ হয়-

ক) ৮ মাৰ্চ, ১৯১৯

খ) ৫ চেপ্তেম্বৰ,১৯২০✅

গ) ৮ চেপ্তেম্বৰ,১৯২১

ঘ) ৫ চেপ্তেম্বৰ, ১৯১৯

 

Q. ১৮৫৭ চনৰ বিদ্ৰোহৰ প্ৰথম শ্বহীদ কোন?

ক) নানা চাহেব

খ) মণিৰাম দেৱান

গ) ঈশ্বৰী পাণ্ডে

ঘ) মংগল পাণ্ডে✅

 

Q. Pitt’s India আইন কেতিয়া প্ৰণয়ন কৰা হৈছিল?

ক) ১৭৭৩ চনত

খ) ১৭৭৪ চনত

গ) ১৭৮৪ চনত✅

ঘ) ১৭৯২ চনত

 

Q. তলৰ কোনখন দেশত দ্বি-দলীয় ব্যৱস্থা আছে?

ক) ইংলেণ্ড

খ) আমেৰিকা যুক্তৰাষ্ট্ৰ

গ) জামাইকা

ঘ) ওপৰৰ আটাইকেইটাত✅




Q. বৃহৎ আকাৰৰ শষ্যৰ ভঁৰাল আৱিষ্কাৰ হৈছিল-

ক) হৰপ্পা

খ) মহেঞ্জোদাৰো✅

গ) লথাল

ঘ) ওপৰৰ এটাও নহয়

 

Q. কামৰূপৰ পাল বংশৰ প্ৰতিষ্ঠাতা কোন?

ক) ৰত্নপাল

খ) ব্ৰহ্মপাল ✅

গ) ধৰ্মপাল

ঘ) জয়পাল

 

Q. অগ্নিগড় কোনে সজাইছিল?

ক) পুষ্পদত্ত

খ) বাণৰজা✅

গ) বজ্ৰদত্ত

ঘ) ওপৰৰ এজনো নহয়

Leave a Comment

error: Content is protected !!