APSC Tutorials Daily Quiz Answers [27th May]

Table of Contents

Indian Constitution Related MCQs:

 

১) ভাৰতীয় সংবিধানত মুঠ কেইটা অনুচ্ছেদ আছে?

ক) ৩৯৫

খ) ৩৯৬

গ) ৪৪৮ ✅✅

ঘ) ওপৰৰ এটাও নহয়

 

২) ভাৰতীয় সংবিধানখন পোন প্ৰথমবাৰৰ বাবে কেতিয়া সংশোধন কৰা হৈছিল?

 

ক) ১৯৫০

খ) ১৯৫১ ✅✅

গ) ১৯৫২

ঘ) ১৯৫৩

 

৩) ভাৰতীয় সংবিধানত মুঠ কিমানটা অধ্যায় আছে?

 

ক) ১২

খ) ২২

গ) ২৫ ✅✅

ঘ) ১০

 

৪) ভাৰতবৰ্ষত পোন প্ৰথমবাৰৰ বাবে কেতিয়া কেন্দ্ৰীয় লোকসেৱা আয়োগ ( Central Public Service Commission) গঠন কৰা হৈছিল?

 

ক) ১৯৫০ চনত

খ) ১৯২৬ চনত ✅✅

গ) ১৯৩৭ চনত

ঘ) ওপৰৰ এটাও নহয়

 

৫) ভাৰতীয় সংবিধানত মুঠ কিমানটা অনুসূচী আছে?

 

ক) ১২ ✅✅

খ) ২২

গ) ১০

ঘ) ০৮

 

৬) প্ৰাৰম্ভিক সময়ত সংবিধানৰ অষ্টম অনুসূচীত কিমানটা ভাষা সন্নিবিষ্ট কৰা হৈছিল?

 

ক) ১৪ ✅✅

খ) ২১

গ) ২২

ঘ) ২৪

 

৭) বৰ্তমান সংবিধানৰ অষ্টম অনুসূচীত কিমানটা ভাষা সন্নিবিষ্ট কৰা হৈছে?

 

ক) ১৪

খ) ২১

গ) ২২ ✅✅

ঘ) ২৪

 

৮) তলৰ কোনটো ভাৰতীয় সংবিধানৰ বৈশিষ্ট্য নহয়?

 

ক) সাৰ্বভৌমত্ব

খ) সমাজবাদী

গ) দ্বৈত নাগৰিকত্ব ✅✅

ঘ) দৃঢ় আৰু নমনীয়

 

৯) “Unity and Integrity ” শব্দ দুটা সংবিধানৰ ক’ত ক’ত সন্নিৱিষ্ট হৈ আছে?

 

১. প্ৰস্তাৱনা

২. ৰাষ্ট্ৰৰ নিৰ্দেশাত্মক নীতি

৩. মৌলিক অধিকাৰ

৪. মৌলিক কৰ্তব্য

 

ক) ১ আৰু ৩

খ) ২ আৰু ৩

গ) ১ আৰু ৪ ✅✅

ঘ) কেৱল মাত্ৰ ১

 

১০) সংবিধানৰ ৪২তম সংশোধনীৰ দ্বাৰা প্ৰস্তাৱনাত তলত উল্লেখিত কোন কেইটা শব্দ সংযোজন কৰা হয়?

 

ক) Socialist,Secular, and Integrity ✅✅

খ) Socialist, Secular

গ) Socialist, Unity,Secular

ঘ) Socialist, Secular, Integrity

 

NB;প্ৰশ্নটো ভালকৈ পঢ়ি-বুজি উত্তৰ দিব|

 

১১) ভাৰতত পোন প্ৰথমবাৰৰ বাবে ক’ত পঞ্চায়তীৰাজ ব্যৱস্থা আৰম্ভণি হৈছিল?

 

ক) ৰাজস্থান ✅✅

খ) মহাৰাষ্ট্ৰ

গ) বিহাৰ

ঘ) অসম

 

১২) ভাৰতীয় সংবিধানখন কোনটো অনুচ্ছেদ অনুযায়ী সংশোধনীৰ ব্যৱস্থা কৰা হৈছে?

 

ক) ৩৬৮ ✅✅

খ) ৩৬০

গ) ৩৫৫

ঘ) ৩৫৭

 

 

১৩) ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদ অনুযায়ী ৰাষ্ট্ৰপতিয়ে বিত্তীয় জৰুৰীকালীন অৱস্থা ঘোষণা কৰিব পাৰে?

 

ক) ২৬০

খ) ৩৬০ ✅✅

গ) ৩৫৬

ঘ) ২৬৮

 

১৪) ভাৰতীয় সংবিধানত মুঠ কিমানটা মৌলিক অধিকাৰ সন্নিবিষ্ট কৰা হৈছে?

ক) ৬‌ টা ✅✅

খ) ৭ টা

গ) ১১ টা

ঘ) ১০ টা

 

Leave a Comment

error: Content is protected !!