Daily Quiz Answers [21/05/2022/]

Current Affairs

 




Q. Which of the following is known as ‘6 minerals deposits’ of India?

 

a) Shillong Plateau

b) Daccan Plateau

c) Chota Nagpur Plateau

d) Mysore Plateau

 

Ans- d)

 

Q. Salma Dam project is under reconstruction in which of the following country?

 

a) Nepal

b) Bhutan

c) Bangladesh

d) Afganistan

 

Ans- d)

 

Q. The Union Cabinet has proposed home for all by this year

 

a) 2022

b) 2023

c) 2025

d) 2024

 

Ans- d)

 

Q. The video calling app of internet giant ‘Google’ is

 

a) Skype

b) Duo

c) FaceTime

d) None

 

Ans – b)

GK Assamese

Q. কিমান চনত মহাত্মা গান্ধী ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভাপতি হৈছিল?

ক) ১৯২৬ চনত

খ) ১৯২২ চনত

গ) ১৯৩১ চনত

ঘ) ১৯২৪ চনত

 

 

Ans- ঘ)

 

Q. কোনটো ৰকেটৰ সহায়ত দ্বিতীয় চন্দ্রয়ান অভিযান (Chandryaan -2) প্ৰক্ষেপ কৰা হৈছিল?

ক) PSLV – C11

খ) GSLV MARK 3

গ) GSLV P2

ঘ) ওপৰৰ এটাও নহয়

 

Ans – খ)

 

Q. আন্তর্জাতিক নাৰী দিৱস কোন তাৰিখে পালন কৰা হয়?

 

ক) ৮ মাৰ্চ

খ) ৯ মাৰ্চ

গ) ১০ মাৰ্চ

ঘ) ১২ মাৰ্চ

 

 

Ans- ক)

 

Q. আন্তর্জাতিক সাক্ষৰতা দিৱস কেতিয়া পালন কৰা হয়?

ক) ৭ চেপ্তেম্বৰ

খ) ৯ চেপ্তেম্বৰ

গ) ৮ চেপ্তেম্বৰ

ঘ) ৫ চেপ্তেম্বৰ

 

Ans – গ)

 

 

Q. বৰ্তমান গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়ধীশ কোন?

ক) অজিত সিং

খ) অজয় লাম্বা

গ) ৰঞ্জন গগৈ

ঘ) এন. কটিশ্বৰ সিং

 

Ans – ঘ)

 

Q. টুচু পূজা কোনটো জনগোষ্ঠীয়ে পালন কৰে?

ক) বড়োসকলে

খ) চাহ জনগোষ্ঠী

গ) কোচ ৰাজবংশী

ঘ) ৰাভা

 

Ans – খ)

 

Q. কোচ ৰজা নৰনাৰায়ণৰ আচল নাম কি?

ক) মল্লদেৱ

খ) ভক্তদেৱ

গ) দুৰ্লভ

ঘ) শুক্লধ্বজ

 

Ans – খ)

 

Q. নেফা (NEFA)কেতিয়া গঠন কৰা হৈছিল?

a) 1947

b) 1950

c) 1949

d) 1972

 

Ans – a)

 

Q. অসম চৰকাৰে ‘গঁড় দিৱস’ হিচাপে কিমান তাৰিখে পালন কৰিবলৈ ধাৰ্য্য কৰিছে?

ক) ২২ অক্টোবৰ

খ) ২২ ছেপ্টেম্বৰ

গ) ২২ জুন

ঘ) ২২ মে’

Ans – খ)



Leave a Comment

error: Content is protected !!