প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু বৰিছ জনচনৰ মাজত Roadmap 2030 শীৰ্ষক আলোচনা ||APSC Current Affairs

Roadmap 2030

● ভাৰতৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ইউনাইটেড কিংডম ৰ প্ৰধান মন্ত্ৰী বৰিচ জনছন ৰ মাজত এক ভাৰসুৱেল দ্বিপাক্ষিক চুক্তি হয় যত তেওঁলোকে “Roadmap 2030” শীৰ্ষক এক ধাৰণা গ্ৰহণ কৰে।

● Roadmap শীৰ্ষক যি ধাৰণা ই ভাৰত আৰু ইউনাইটেড কিংডম ৰ মাজৰ যি স্বাস্থ্য জনিত সহযোগিতা বৃদ্ধি কৰাত সহায় কৰিব।যেনে অক্সিজেন ,ভেকচিন আৰু অন্যান্য চিকিৎসাজনিত সামগ্ৰী যোগান ধৰাত সহায় সহযোগ কৰিব।

● এই দুয়োখন দেশৰ মাজত কোনো ধৰণৰ বাণিজ্যৰ ক্ষেত্ৰত বাধা বাধকতা নাথাকিব বুলি সিদ্ধান্ত গ্ৰহণ কৰে এই দুয়ো দেশৰ প্ৰধানমন্ত্ৰীসকলে।

● এই ধাৰণাৰ আধাৰত মুক্ত বাণিজ্য চুক্তিৰ ( free trade agreement) পোষকতা কৰে। আৰু ইউনাইটেড কিংডমে ইয়াত স্বাক্ষৰ কৰিবলৈ ভাৰতৰ লগত সন্মতি প্ৰদান কৰে।

● দুয়োখন দেশে স্মাৰক বুজাবুজিৰ ওপৰত গুৰুত্ব দিব।

● দুয়ো দেশ ভাৰত প্ৰশান্ত মহাসাগৰ ৰ ওপৰত নিজৰ প্ৰতিশ্ৰুতি বদ্ধতা প্ৰদৰ্শন কৰিব।

● জৰুৰী অৱস্থাত যুদ্ধ বিমানৰ ক্ষেত্ৰত এখন চৰকাৰে আন এখন চৰকাৰৰ ক্ষেত্ৰত সহায়ৰ হাতৰ বাবে নেতৃত্ব বহন কৰিব।

● দুয়োখন দেশে ভাৰত প্ৰশান্ত মহাসাগৰ ওপৰত অভিযানৰ বাবে পদক্ষেপ গ্ৰহণ ওপৰত গুৰুত্ব প্ৰদান কৰিব।

 

Leave a Comment

error: Content is protected !!