ইতিহাসৰ ৫০+ প্ৰশ্নোত্তৰ
চৰকাৰী চাকৰিৰ বাবে প্ৰয়োজনীয় ইতিহাসৰ 50+ প্ৰশ্ন উত্তৰ দিয়া হল, শ্বেয়াৰ কৰি সকলোকে সহায় কৰিব🙏🙏 ১) প্ৰশ্ন : ১২২৮ চনত নাগা সাম্ৰাজ্যৰ সীমাত উপস্থিত হৈ অসমত আহোম ৰাজ্য স্থাপন কৰি ১২৬৮ চনত মৃত্যু বৰণ কৰা আহোম স্বৰ্গদেউ জন কোন আছিল? উত্তৰ : চাওলুং চুকাফা। ২) প্ৰশ্ন : হিউৱেন চাং অসমলৈ অহাৰ সময়ত কামৰুপৰ ৰজা কোন …