অসমীয়া ব্যাকৰণৰ কেইটামান প্ৰশ্নোত্তৰ [ Important MCQs for Assam Competitive Exam]
১) অসমীয়াত প্ৰত্যয় কেই প্ৰকাৰৰ ? ক) দুই প্ৰকাৰৰ। খ) চাৰি প্ৰকাৰৰ। গ) তিনি প্ৰকাৰৰ। ঘ) ওপৰৰ এটাও নহয়। উত্তৰ – ক) দুই প্ৰকাৰৰ। ✓কৃৎ প্ৰত্যয় আৰু ✓তদ্ধিত প্ৰত্যয় ২) “অথাই সাগৰ” মানে কি বুজায় ? ক) দুঃখিত খ) ডাঙৰ বিপদ গ) সাগৰৰ সমান ঘ) ওপৰৰ এটাও নহয় উত্তৰ- খ) ডাঙৰ বিপদ …