Forest Department, Assam Recruitment 2020: Apply Online For 1081 Forester, Forest Guard & Other Posts

Forest Department, Assam. Last Date: 25/06/2020. Forest Department, Assam has released a notification for the recruitment of 1081 Forester -I, Stenographer Grade -III, Forest Guard, Surveyor, Mahut, Carpenter and Driver vacancies.   1. Forester-I No of posts: 144 [UR: 46, OBC/ MOBC: 23, SC: 7, STP: 29, STH: 25, EWS: 14] Pay: 14000-60500 + GP Rs.6400 Educational Qualification: Bachelor’s Degree in …

Read more

Rules and Regulation for Assam Police Sub-Inspector and Junior Assistant MOCK Test

Rules and Regulation ১। আপোনাৰ মোবাইল নম্বৰ আৰু ই-মেইল থকাটো বাধ্যতামূলক। ২। ২৭ মে’ তাৰিখে বিয়লি ৬ বজাৰ পৰা পৰীক্ষা আৰম্ভ কৰা হ’ব। ৩। পৰীক্ষাটো ১০০ টা প্ৰশ্ন থাকিব। ৪। পৰীক্ষাৰ সময় ২ ঘন্টা। ৫। ৮ বজাৰ পিছত কোনোধৰণৰ উত্তৰ শ্বীট জমা লোৱা নহ’ব। ৬। পৰীক্ষা চলিত সময়ত কোনোৱে SKIP নকৰিব।

GK Question Answers for Assam Police

GK Important Questions 1/ আহোমৰ কোনজন ৰজাই ১০০০ টা হাতী ধৰাৰ বাবে তেওঁক “গজপতি” আখ্যা দিয়া হৈছিল? ক) প্ৰতাপ সিংহ খ)জয়ধ্বজ সিংহ গ)শিৱ সিংহ ঘ)চুহুংমুং Answer=ক) প্ৰতাপ সিংহ 2/ নেহৰু প্ৰতিবেদন সমিতিৰ অধ্যক্ষ কোন আছিল? ক) জৱাহৰলাল নেহৰু খ) মতিলাল নেহৰু গ) মহাত্মা গান্ধী ঘ) এম. এ. আনছাৰী Answer= খ) মতিলাল নেহৰু 3/ ছাৰ আকবৰ …

Read more

error: Content is protected !!