APSC Current Affairs in Assamese [ 8th and 9th May PDF ]
M K Stalin ক তামিলনাডুৰ মুখ্যমন্ত্ৰী পদৰ বাবে নিযুক্ত: তামিলনাডুত নতুন মুখ্যমন্ত্ৰী পদত নিযুক্ত M K Stalin ক। পূৰ্বৰ প্ৰাক্তন মুখ্য মন্ত্ৰী, দিবঙত এম কৰুণা নিধিৰ পুত্ৰ M K Stalin । ২০১৯ চনত তেওঁ সংযুক্ত প্ৰগতিশীল সংগঠন হৈ নেতৃত্ব বহন কৰিছিল। বৰ্তমান DMK দলে ৩৮ খন আসন ৩৯ খনৰ ভিতৰত লাভ কৰিছে। বিধান সভা নিৰ্বাচনত …