ভাৰতীয় সংবিধানৰ কিছু গুৰুত্বপূৰ্ণ প্ৰশ্নোত্তৰ (Indian Polity MCQs)
ভাৰতীয় সংবিধানৰ কিছু গুৰুত্বপূৰ্ণ প্ৰশ্নোত্তৰ : © APSC Tutorials Indian Polity MCQs ১) ভাৰতীয় সংবিধানত মুঠ কেইটা অনুচ্ছেদ আছে? ক) ৩৯৫ খ) ৩৯৬ গ) ৪৪৮ ✅✅ ঘ) ওপৰৰ এটাও নহয় ২) ভাৰতীয় সংবিধানখন পোন প্ৰথমবাৰৰ বাবে কেতিয়া সংশোধন কৰা হৈছিল? ক) ১৯৫০ খ) ১৯৫১ ✅✅ গ) ১৯৫২ ঘ) ১৯৫৩ ৩) ভাৰতীয় সংবিধানত মুঠ কিমানটা অধ্যায় …