সাধাৰণ জ্ঞানৰ প্ৰশ্নোত্তৰ

সাধাৰণ জ্ঞানৰ প্ৰশ্নোত্তৰ: 1.ভাৰতৰ প্ৰকৃত কাৰ্য্যবাহী শাসক কোন? ক) ৰাষ্ট্ৰপতি খ) ৰাজ্যপাল গ) প্ৰধানমন্ত্ৰী ঘ) উচ্চতম ন্যায়ালয় উ- গ) প্ৰধানমন্ত্ৰী 2.ৰাষ্ট্ৰপতিৰ অনুপস্থিতিত উপৰাষ্ট্ৰপতিয়ে কিমান সময়ৰ বাবে ৰাষ্ট্ৰপতিৰ দায়িত্ব পালন কৰে ? ক) এবছৰৰ বাবে খ) ছমাহৰ বাবে গ) এমাহৰ বাবে ঘ) অনিৰ্দিষ্ট সময়লৈ উ- খ) ছমাহৰ বাবে 3.অসমত “মধ‍্যাহ্ন ভোজন আঁচনি” কিমান চনত আৰম্ভ হৈছিল …

Read more

সাধাৰণ জ্ঞান (GK Question Answers)

সাধাৰণ জ্ঞান 1. আন্তর্জাতিক পুলিচ সংস্থা “INTERPOL” ৰ মুখ্য কাৰ্যালয় ক’ত অৱস্থিত? ক) লিওন, ফ্ৰান্স খ) ৱাশ্বিংটন,  আমেৰিকা যুক্তৰাষ্ট্ৰ গ) ৰোম, ইটালী ঘ) জেনেভা, ছুইজাৰলেণ্ড উত্তৰ= ক) লিওন, ফ্ৰান্স 2. ৰাষ্ট্ৰসংঘ দিৱস কেতিয়া পালন কৰা হয়? ক) ২৬ জানুৱাৰী খ) ২৪ অক্টোবৰ গ) ২২ অক্টোবৰ ঘ) ১৪ নবেম্বৰ উত্তৰ=খ) ২৪ অক্টোবৰ 3. বায়ুমণ্ডলত থকা কাৰ্বন …

Read more

error: Content is protected !!