পঞ্চায়তীৰাজ ব্যৱস্থাৰ বিষয়ে [ কিয় আৰু কেতিয়াৰ পৰা পালন কৰা হৈছিল]
ৰাষ্ট্ৰীয় পঞ্চায়তৰাজ দিৱস: প্ৰত্যেক বছৰে ২৪ এপ্ৰিল অৰ্থাৎ আজিৰ দিনটো পঞ্চায়তীৰাজ দিৱস হিচাপে পালন কৰা হয়। • ২০১০ চনত মন মোহন সিঙে ২৪ এপ্ৰিল দিনটো ৰাষ্ট্ৰীয় পঞ্চায়তীৰাজ দিৱস হিচাপে পালন কৰা হব বুলি ঘোষণা কৰে। • বলবন্ত ৰাই কমিটীৰ আধাৰত এই পঞ্চায়তীৰাজৰ ব্যৱস্থাৰ প্ৰতিষ্ঠা কৰা হৈছিল। ৭৩ নং সংবিধান সংশোধনীৰ বৈশিষ্ট্য: • গাওঁ সভা গঠন। …