DAILY QUIZ MCQs (অসমীয়া)
Daily Quiz MCQs: Q. মৌৰ্য বংশৰ শ্ৰেষ্ঠ ৰজাজন হ’ল- ক) চন্দ্রগুপ্ত মৌৰ্য খ) অশোক✅ গ) বিন্দুসাৰ ঘ) ওপৰৰ এজনো নহয় Q. স্বত বিলোপ নীতি প্ৰয়োগ কৰি কোনখন ৰাজ্য প্ৰথমে ব্ৰিটিছ সাম্ৰাজ্যৰ লগত চামিলকৰন কৰিছিল? ক) ঝান্সি খ) নাগপুৰ গ) সাতাৰা✅ ঘ) সম্বলপুৰ Q. ভাৰতৰ প্ৰথম বাতৰি কাকতখনৰ নাম আছিল? ক) বেংগল গেজেট ✅ খ) …