অসমীয়া কুইজ
অসমীয়া কুইজ ১) শৰাইঘাটৰ ৰণত মোগলৰ সেনাপতি কোন আছিল ? উত্তৰ- ৰামসিংহ ২) মণিৰাম দেৱানক কেতিয়া ফাঁচী দিয়া হৈছিল ? উত্তৰ- ২৬ ফেব্ৰুৱাৰী,১৮৫৮ । ৩) শৰাইঘাটৰ ৰণত আহোমৰ সেনাপতি কোন আছিল ? উত্তৰ- লাচিত বৰফুকন ৪) হাজোৰ পোৱা মক্কা মছজিদটো কোনে নিৰ্মাণ কৰিছিল উত্তৰ – ছুজাউদ্দিন মহম্মদ শ্বাহ ৫) …