India China issue and it’s solutions
India China issue and it’s solutions: প্ৰথম কথা হৈছে যুদ্ধই কেতিয়াও সম্পূৰ্ণ সমাধান আনিব নোৱাৰে উদাহৰণ হিচাপে পাকিস্থানৰ লগত হোৱা যুদ্ধৰ কথাকে ক’ব পাৰো।২য়তে, ৰাস্ট্ৰ সংঘৰ দৰে অনুষ্ঠান সমূহ সচাঁ অৰ্থত গনতান্ত্ৰিক নহয়, তাত নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য সমূহৰ অধিপত্য চলে গতিকে ৰাস্ট্ৰ সংঘত ইয়াৰ সমাধান পোৱা নাযাব, তৃতীয়তে বিকল্প সামগ্ৰী নিজ দেশত সমমূল্যত উৎপাদন নকৰা …