অসমৰ মূখ্যমন্ত্ৰীসকলৰ তালিকা
অসমৰ মূখ্যমন্ত্ৰীসকলৰ তালিকা: ১/ গোপীনাথ বৰদলৈ ১১ ফেব্ৰুৱাৰী ১৯৪৬ ৬ আগষ্ট ১৯৫০ ভাৰতীয় জাতীয় কংগ্ৰেছ ১৬৩৮ দিন ২/ বিষ্ণুৰাম মেধি হাজো সমষ্টিৰ বিধায়ক ৯ আগষ্ট ১৯৫০ ২৭ ডিচেম্বৰ ১৯৫৭ ১৬৯৮ দিন ৩/ বিমলা প্ৰসাদ চলিহা সোণাৰি সমষ্টিৰ বিধায়ক ২৮ ডিচেম্বৰ ১৯৫৭ ৬ নৱেম্বৰ ১৯৭০ ৪৬৯৬ দিন ৪/ মহেন্দ্ৰ মোহন চৌধুৰী গুৱাহাটী পূব সমষ্টিৰ বিধায়ক ১১ …