ৰয়মনা ৰাষ্ট্ৰীয় উদ্যানৰ বিষয়ে জানো আহক || Raimona National Park ||

ৰয়মনা ৰাষ্ট্ৰীয় উদ্যান :

 অসমৰ ৬ তম ৰাষ্ট্ৰীয় উদ্যান ৰূপে খ্যাতি লাভ কৰিলে ৰয়মনা ৰাষ্ট্ৰীয় উদ্যানে।

এই ৰাষ্ট্ৰীয় উদ্যান খন কোকৰাঝাৰ জিলাত অৱস্থিত।

৪২২ বৰ্গ কিঃমিঃ লৈকে এই উদ্যান বিয়পি আছে।

Bodoland Territorial Council (BTC) ৰ অন্তৰ্গত।

৫জুন,২০২১ ত এই উদ্যানক ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰে।

ইয়াৰ চাৰিসীমাত সংকোশ নৈ আৰু অসম বাংলাদেশ সীমাৰ সৈতে সংলগ্ন হৈ আছে।

হাতী, ৰয়েল বেঙ্গল বাঘ, মহ, ধনেশ পক্ষী, হৰিণ ইত্যাদি জীৱ জন্তু ৰ বসবাস স্থলী।

১৫০ তকৈ অধিক পখিলা,১৭০ তকৈ অধিক চৰাই চিৰিকতি আৰু ৩৮০ বিধ বিভিন্ন প্ৰকৃতিৰ উদ্ভিদ আছে ইয়াত।

এই এলেকাত Manas Biosphere Reserve (BR) আৰু Chirang-Ripu Elephant Reserve (ER) অন্তৰ্ভুক্ত।

বিশ্ব পৰিৱেশ দিৱসৰ দিনা অসমে লাভ কৰিলে ৬ তম ৰাষ্ট্ৰীয় উদ্যান।

 

বৰ্তমান অসমত ৭খন ৰাষ্ট্ৰীয় উদ্যান আছে।

Leave a Comment

error: Content is protected !!