অসমীয়া সাহিত্য শিতানৰ প্ৰশ্নোত্তৰ সমূহ:
Q. “প্ৰিয়তমাৰ চিঠি” কবিতাটোৰ ৰচক কোন?
ক) হেমচন্দ্ৰ গোস্বামী ✅✅
খ) চন্দ্ৰ কুমাৰ আগৰৱালা
গ) লক্ষ্মীনাথ বেজবৰুৱা
ঘ) ভবেন্দ্ৰনাথ শইকীয়া
Q. জোনাকী আলোচনীখন কিমান চনত প্ৰকাশিত হয়?
ক)১৯৪৫
খ)১৯৮৮
গ)১৮৮৯ ✅✅
ঘ)১৮৮৮
Q. অৰুনোদয় আলোচনীখন ক’ৰ পৰা প্ৰকাশিত হৈছিল ?
ক) যোৰহাট
খ) শিৱসাগৰ ✅✅
গ) বৰপেটা
ঘ) ওপৰৰ এটাও নহয়
Q. “Assam Buranji” কোনে লিখিছিল?
ক) কাশীনাথ তামূলী ফুকন ✅✅
খ) নাথান ব্ৰাউন
গ) মাইলচ্ ব্ৰনছন
ঘ) ওপৰৰ এজনো নহয়
Q. বাগৰুম্বা নৃত্য কোনটো জনগোষ্ঠীৰ –
(A) কাৰ্বি সকলৰ
(B) বড়ো সকলৰ ✅✅
(C) তিৱা সকলৰ
(D) ৰাভা সকলৰ
Q. অসমীয়া অভিধান “হেমকোষ” ত মুঠ কিমানটা শব্দ আছে?
ক) ২২,৩৪৫ টা
খ) ২৩,৩৪৬ টা
গ) ২২,৩৪৬ টা ✅✅
ঘ) ২৩,৪৩৬ টা
Q. “বনজুই” উপন্যাসখনৰ লেখক কোন?
ক) বিৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য
খ) প্ৰেমনাৰায়ণ দত্ত
গ) ছৈয়দ আব্দুল মালিক ✅✅
ঘ) পদ্ম বৰকাকতি
Q. “সেউজ পাতৰ কাহিনী” উপন্যাসখন কোনো লিখিছিল?
ক) বীনা বৰুৱা
খ) ৰস্না বৰুৱা ✅✅
গ) লক্ষ্মীনাথ বেজবৰুৱা
ঘ) পদ্মনাথ গোহাঞিবৰুৱাৰ
বীনা বৰুৱা , ৰস্না বৰুৱা এই নাম দুটা বিৰিঞ্চি কুমাৰ বৰুৱাৰ ছদ্মনাম নাম আছিল। “সেউজ পাতৰ কাহিনী” উপন্যাসখন তেখেতে ৰস্না বৰুৱা ছদ্মনামেৰে প্ৰকাশ কৰিছিল।
Q.প্ৰথমখন অসমীয়া আলোচনী হ’ল –
ক) অৰুনোদয় ✅✅
খ) বাঁহী
গ) জোনাকী
ঘ) ওপৰৰ এটাও নহয়
Q. অৰুনোদয় আলোচনীখন কিমান চনত প্ৰকাশিত হৈছিল ?
ক) ১৯৪৬
খ) ১৮৪৬ ✅✅
গ) ১৮৪৭
ঘ) ১৯৩৯
Q. অসমীয়া সাহিত্যত কোনে প্ৰথমে ৰামায়ণ অনুবাদ কৰিছিল?
ক) শংকৰদেৱে
খ) মাধৱদেৱে
গ) মাধৱ কন্দলিয়ে ✅✅
ঘ) ৰাম সৰস্বতীয়ে
Q. “A Grammar of Assamese Language” কোনে লিখিছিল?
ক) উইলিয়াম ৰবিনছন ✅✅
খ) নাথান ব্ৰাউন
গ) মাইলচ্ ব্ৰনছন
ঘ) ওপৰৰ এজনো নহয়