Assamese Literature MCQs

©APSC Tutorials

Assamese Literature MCQs:

১) অসমীয়া গদ্য সাহিত্যৰ জনক কোন আছিল?

ক) ভট্টদেৱ ✅✅

খ) অজিৎ বৰুৱা

গ) অতুলানন্দ গোস্বামী

ঘ) আনন্দ চন্দ্ৰ বৰুৱা

 

২) প্ৰথম অসমীয়া চনেট পুথিখনৰ নাম কি?

 

ক)প্ৰিয়তমাৰ চিঠি

খ)মালচ ✅✅

গ)বনকুঁৱৰী

ঘ)চকুলো

 

৩) অসমীয়া ভাষা কোনটো ভাষা গোষ্ঠীৰ অন্তৰ্গত?

 

ক) তিব্বত বৰ্মী

খ) অষ্ট্ৰিক

গ) আৰ্য ✅✅

ঘ) অনাৰ্য গোষ্ঠী

 

৪) অসমীয়া সাহিত্যত ‘অগ্নি কবি’ হিচাপে কাক জনা যায়?

 

ক) আনন্দচন্দ্র বৰুৱা

খ) কমলাকান্ত ভট্টাচার্য ✅✅

গ) নলিনীবালা দেৱী

ঘ) বিনন্দচন্দ্ৰ বৰুৱা

 

৫) প্ৰথম অসমীয়া চিনেমা জয়মতী কেতিয়া মুক্তি লাভ কৰিছিল?

ক) ১৯৩১ চনত

খ) ১৯৩২ চনত

গ) ১৯৩৪ চনত

ঘ) ১৯৩৫ চনত ✅✅

 

৬) অসমীয়া সাহিত্যত কোনজন কবিক পথাৰৰ কবি হিচাপে খ্যাত?

ক)হেম বৰুৱা

খ)ৰাম গগৈ ✅✅

গ)অমিয় কুমাৰ দাস

ঘ)কেশৱ মহন্ত

 

৭) প্ৰথম অসমীয়া আই. চি. এছ বিষয়া কোন আছিল?

ক) আনন্দৰাম বৰুৱা ✅✅

খ) কোশল কোৱৰ

গ) মুকুন্দ কাকতি

ঘ) ড° বানিকান্ত কাকতি

 

৮) ড° ভূপেন হাজৰিকা দেৱে পৰিচালনা কৰা প্ৰথমখন অসমীয়া কথা ছবি হ’ল-

 

ক) প্ৰতিধ্বনি

খ) এৰাবাটৰ সুৰ ✅✅

গ) মাউত বন্ধু ৰে

ঘ) শকুন্তলা

 

৯)”সাহিত্য অকাডেমী” বঁটা প্ৰাপ্ত প্ৰথম অসমীয়া কাব্যগ্ৰন্থখন হ’ল?

 

ক)বকুল বনৰ দৰে

খ)বনফুল ✅✅

গ)সাগৰ দেখিছা

ঘ)সোণালী জাহাজ

 

১০) অসমীয়া কথাছবি “আমিষ” ৰ পৰিচালক কোন?

ক) জাহ্নু বৰুৱা

খ) ৰিমা দাস

গ) ভাষ্কৰ হাজৰিকা ✅✅

ঘ) শ্যাম বৰা

0%
409
Created on By apsc2020

GK

World History Quiz 01

1 / 15

Category: GK

 Q. Who was the author of the "American Declaration of Independence" ?

2 / 15

Category: GK

 Q. Which among following is called "Gift of the Nile" ?

3 / 15

Category: GK

Q. Which is considered as oldest civilization of the world ?

 

4 / 15

Category: GK

Q. When ancient Olympic games first held?

 

5 / 15

Category: GK

 Q. Who was the first to sail round the world ?

 

6 / 15

Category: GK

Q. Marco Polo, the Venetian traveler, traveled from Venice to China and Japan in:

 

7 / 15

Category: GK

Q. When did World War 2 start ?

8 / 15

Category: GK

Q. Who is known as Man of Blood and Iron ?

9 / 15

Category: GK

Q. French Revolution was started in the Year ?

10 / 15

Category: GK

Q. Who said that " Man is a political animal" ?

11 / 15

Category: GK

Q. Rivers Tigris and Euphrates are associated with ?

12 / 15

Category: GK

Q.  Rome was liberated by the Italian soldiers in the year ?

13 / 15

Category: GK

Q. In which year Hitler became the Chancellor of Germany ?

14 / 15

Category: GK

 Q. America was discovered in ?

15 / 15

Category: GK

Q. Russian revolutionary, who founded the Communist Party was

Your score is

The average score is 41%

0%

 

Leave a Comment

error: Content is protected !!